ডুমডুমা,12 চেপ্তেম্বৰঃ সমাজ কল্যাণ বিভাগে হাতত লোৱা ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰা হয় কাকপথাৰত ৷ ইয়াৰ অংশ হিচাপে বুধবাৰে কাকপথাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ডুমডুমাত ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে প্ৰভাত ফেৰী যাত্ৰা উলিওৱা হ'য়। ডুমডুমা নগৰৰ মাজমজিয়াৰ পৰা উলিওৱা এই প্ৰভাত ফেৰী যাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত পুষ্টি সজাগতা অনাৰ বাবে চেষ্টা চলাই । এই প্ৰভাত ফেৰী যাত্ৰাৰ সময়ত হাতে-হাতে সেউজীয়া শাক-পাচলি,ফল-মূল আদি লৈ বিভিন্ন সজাগতামূলক শ্ল'গান দিয়া পৰিলক্ষিত হ'য় ।
ডুমডুমাত পালন কৰা হয় ৰাষ্ট্ৰীয় পুষ্টি মাহ - কাকপথাৰ
সংহত শিশু উন্নয়ন প্ৰকল্প,কাকপথাৰৰ অধীনত ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে প্ৰভাত ফেৰী যাত্ৰা ।
ডুমডুমা,12 চেপ্তেম্বৰঃ সমাজ কল্যাণ বিভাগে হাতত লোৱা ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰা হয় কাকপথাৰত ৷ ইয়াৰ অংশ হিচাপে বুধবাৰে কাকপথাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ডুমডুমাত ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে প্ৰভাত ফেৰী যাত্ৰা উলিওৱা হ'য়। ডুমডুমা নগৰৰ মাজমজিয়াৰ পৰা উলিওৱা এই প্ৰভাত ফেৰী যাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত পুষ্টি সজাগতা অনাৰ বাবে চেষ্টা চলাই । এই প্ৰভাত ফেৰী যাত্ৰাৰ সময়ত হাতে-হাতে সেউজীয়া শাক-পাচলি,ফল-মূল আদি লৈ বিভিন্ন সজাগতামূলক শ্ল'গান দিয়া পৰিলক্ষিত হ'য় ।
Slug: সংহত শিশু উন্নয়ন প্ৰকল্প, কাকপথাৰৰ অধীনত ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে প্ৰভাত ফেৰী যাত্ৰা ।
V/O: সমাজ কল্যান বিভাগে হাতত লোৱা ৰাষ্ট্ৰীয় পুষ্টি মাহৰ অংখ হিচাপে আজি কাকপথাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ডুমডুমাত ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে প্ৰভাত ফেৰী যাত্ৰা উলিওৱা হ'য় । ডুমডুমা নগৰৰ মাজমজিয়াৰ পৰা বাহিৰ কৰা এই প্ৰভাত ফেৰী যাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত পুষ্টি সজাগতা অনাৰ বাবে চেষ্টা চলাই । এই প্ৰভাত ফেৰী যাত্ৰাৰ সময়ত হাতে-হাতে সেউজীয়া শাক-পাচলি, ফল-মূল আজি লৈ বিভিন্ন সজাগতামূলক শ্ল'গান দিয়া পৰিলক্ষিত হ'য় ।
Byte: কৰ্মকৰ্তা ।
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 12-09-2019
Slug: সংহত শিশু উন্নয়ন প্ৰকল্প, কাকপথাৰৰ অধীনত ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে প্ৰভাত ফেৰী যাত্ৰা ।
V/O: সমাজ কল্যান বিভাগে হাতত লোৱা ৰাষ্ট্ৰীয় পুষ্টি মাহৰ অংখ হিচাপে আজি কাকপথাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ডুমডুমাত ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে প্ৰভাত ফেৰী যাত্ৰা উলিওৱা হ'য় । ডুমডুমা নগৰৰ মাজমজিয়াৰ পৰা বাহিৰ কৰা এই প্ৰভাত ফেৰী যাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত পুষ্টি সজাগতা অনাৰ বাবে চেষ্টা চলাই । এই প্ৰভাত ফেৰী যাত্ৰাৰ সময়ত হাতে-হাতে সেউজীয়া শাক-পাচলি, ফল-মূল আজি লৈ বিভিন্ন সজাগতামূলক শ্ল'গান দিয়া পৰিলক্ষিত হ'য় ।
Byte: কৰ্মকৰ্তা ।
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।