ETV Bharat / state

সদৌ অসম নাগছিয়া কিষাণ সমাজৰ অধিৱেশনৰ লাইখুঁটা স্থাপন - লাইখুঁটা স্থাপন

19, 20 আৰু 21 মাৰ্চত তিনিচুকীয়াৰ কাকপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম নাগছিয়া কিষাণ সমাজৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশন ৷ ২নং কাকপথাৰ(কিষাণবস্তি) ত অনুষ্ঠিত হ'ব লগা অবিভক্ত ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ অধিৱেশনখনিৰ বাবে শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয় ৷

nageshiya-kishan-samaj-programme
সদৌ অসম নাগছিয়া কিষাণ সমাজৰ অধিৱেশনৰ লাইখুঁটা স্থাপন
author img

By

Published : Mar 6, 2021, 9:12 AM IST

শদিয়া,6 মাৰ্চ: 19, 20 আৰু 21 মাৰ্চত তিনিচুকীয়াৰ কাকপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম নাগছিয়া কিষাণ সমাজৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশন ৷ ২নং কাকপথাৰ(কিষাণবস্তি) ত অনুষ্ঠিত হ'ব লগা অবিভক্ত ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ অধিৱেশনখনিৰ বাবে শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয় ৷

কেইবা লক্ষাধিক টকাৰ বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনিৰ বাবে ইতিমধ্যে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ৷ আনহাতে, তিনিদিনীয়া অধিৱেশনখনিত সকলো ৰাইজৰ উপস্থিতি, দিহা-পৰামৰ্শ কামনা কৰিছে উদযাপন সমিতিয়ে ৷

লগতে পঢ়কঃ মোৰ শত্ৰু AIUDF নহয়,বিজেপিহে: মুনিন মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.