ETV Bharat / state

মটক সকলে উৰুৱালে গছতলৰ বিহু - গছতলৰ বিহু

ব’হাগৰ উচাহ-উদ্দীপনাৰ মাজতে মটক সকলে উৰুৱালে বিহু ৷ মানুহ বিহুৰ দিনাৰ পৰা আৰম্ভ হোৱা গছতলৰ বিহু সোমবাৰে সামৰণি মাৰে তিনিচুকীয়াৰ জানমুখ বিহুতলীত ৷

মটক সকলে উৰুৱালে গছতলৰ বিহু
author img

By

Published : Apr 30, 2019, 2:12 AM IST

তিনিচুকীয়া,30 এপ্ৰিলঃ ৰঙালীৰ উচাহ-উদ্দীপনা ম্লান পৰিলে ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ মাজত ৷ পহিলা ব’হাগৰ উৰুকা দিনটোৰ পৰা পোন্ধৰদিনীয়া বিহু পালন কৰি মটক সকলে বিহু উৰুৱালে ৷ মানুহ বিহুৰ দিনটোৰ পৰা পৰম্পৰাগত গছতলৰ বিহু পালন কৰি মটক ডেকা-গাভৰু সকলে সোমবাৰে তিনিচুকীয়াৰ জানমুখ বিহুতলীত বিহু সামৰণি মাৰে ৷ বিহু উৰুৱা দিনটোত জানমুখ বিহুতলীত এক উৎসৱমুখৰ পৰিৱেশলৈ পৰ্যৱসিত হয় ৷ তিনিচুকীয়াৰ সকলো মটক ডেকা-গাভৰুৱে বিহুত মতলীয়া হোৱা পৰিলক্ষিত হয় ৷

From:-Prasanta Khatowal
Tinsukia
Dt.29/4/19

STORY:-তিনিচুকীয়াত মটক সকলে উৰুৱালে গছতলৰ বিহু

Slug:-As_tsk_29apl_801_mottock_bihu_vis1_7203862

OC/VO:-ৰঙালীৰ উচ্চাহ-উদ্দিপনা ম্লান পৰিলে ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ মাজত৷ পহিলা বহাগৰ উৰুকা দিনটোৰ পৰা পোন্ধৰ দিনীয়া বিহু পালন কৰি মটক সকলে বিহু উৰুৱালে৷ মানুহ বিহুৰ দিনটোৰ পৰা পৰম্পৰাগত গছতলৰ বিহু পালন কৰি মটক ডেকা-গাভৰু সকলে সোমবাৰে তিনিচুকীয়াৰ জানমুখ বিহুতলিত বিহু সামৰণি মাৰে৷ বিহু উৰুৱা দিনটোত জানমুখ বিহুতলিত এক উৎসৱমুখৰ পৰিৱেশলৈ পৰ্যৱসিত হয়৷ তিনিচুকীয়াৰ সকলো মটক ডেকা-গাভৰুৱে বিহুত মতলীয়া হোৱা পৰিলক্ষিত হয়৷

BYET:-স্থানীয় যুৱক

#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.