ETV Bharat / state

'কা' বাতিলৰ দাবীত ডুমডুমাত আছুৰ প্ৰতিবাদ

author img

By

Published : Jan 24, 2021, 4:14 PM IST

ডুমডুমাত প্ৰতিবাদ ৷ আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷

massive-protest-in-tinsukiya-doomdoma
'কা' বাতিলৰ দাবীত ডুমডুমাত আছুৰ প্ৰতিবাদ

ডুমডুমা, 24 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ চৌদিশে আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ দেওবাৰে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই 'কা' বাতিলৰ দাবীত ডুমডুমাৰ আছুৰ কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে, ডুমডুমাৰ ASTC বাছ আস্থানৰ সন্মুখত 'কা' ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি চৰকাৰে 'কা' বাতিল নকৰালৈকে আছুৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও বিজেপি চৰকাৰক হুংকাৰ প্রদান কৰে আছুৱে ।

লগতে পঢ়ক : অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.