ETV Bharat / state

লিডুত বক্সিং প্ৰতিযোগিতাৰ সফল সামৰণি

শনিবাৰে সফল ভাৱে অন্ত পৰিল দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ লিডুত অনুষ্ঠিত হোৱা জিলা ভিত্তিক বক্সিং প্ৰতিযোগিতা ৷

author img

By

Published : Feb 16, 2020, 2:33 PM IST

লিডুত বক্সিং প্ৰতিযোগিতাৰ সফল সামৰণি
লিডুত বক্সিং প্ৰতিযোগিতাৰ সফল সামৰণি

মাৰ্ঘেৰিটা, 16 ফেব্ৰুৱাৰীঃ লিডুত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাৰ সফল সামৰণি ৷ তিনিচুকীয়া জিলাৰ লিডুত দুদিনীয়া কাৰ্যসূচীয়ে (14 আৰু 15 ফেব্ৰুৱাৰী) অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু লিডু বক্সিং একাডেমিৰ সহযোগত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিছিল ভাৰত চৰকাৰৰ খাদ্য সম্পসাৰণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

বক্সিং প্ৰতিযোগিতা

জিলাখনৰ মুঠ শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ৷ এই প্ৰতিযোগিতাতেই খেল' ইণ্ডিয়াত পদক লাভ কৰা লিডুৰ দুই প্ৰতিভাবান বক্সাৰকো সম্বৰ্ধনা জনোৱা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.