ETV Bharat / state

কাকপথাৰত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লুহিত গগৈ

author img

By

Published : Oct 17, 2020, 11:05 PM IST

বিশেষকৈ সংগঠন সমুহৰ লগত সমাগত নিৰ্বাচনৰ ওপৰতেই আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷ বিতু সোণোৱাল, অখিল গগৈৰ মুক্তিৰ দাবী তোলাৰ লগতে লুহিত গগৈয়ে ৰাজনৈতিক বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

luhit-gogoi-visited-kakopothar
কাকপথাৰত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লুহিত গগৈ

শদিয়া, 17 অক্টোবৰ : শনিবাৰে ৰাইজৰ দলৰ আহ্বায়ক লুহিত গগৈ উপস্থিত হয় কাকপথাৰত ৷ কাকপথাৰ আৱৰ্ত ভৱনত নেতাগৰাকীয়ে কাকপথাৰ অঞ্চলৰ বহুকেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগতে বহু নেতৃস্থানীয় ব্যক্তিৰ লগত মত বিনিময় কৰে ৷ বিশেষকৈ সংগঠন সমুহৰ লগত সমাগত নিৰ্বাচনৰ ওপৰতেই আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷ বিতু সোণোৱালে অখিল গগৈৰ মুক্তি দাবী তোলাৰ লগতে লুহিত গগৈয়ে ৰাজনৈতিক বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

শনিবাৰে পৃথকে পৃথকে হোৱা আলোচনাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ, মটক যুৱ-ছাত্ৰ পৰিষদকে ধৰি বহু কেইটা সংগঠনে অংশগ্ৰহণ কৰে ৷ ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লুহিত গগৈক সংগ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালৰ লগতে বহুকেইজন ছাত্ৰ নেতাই ৷

লগতে পঢ়ক: ডকাইটিৰ অভিযোগত দুগৰাকীক জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.