ETV Bharat / state

ডুমডুমাত লক ডাউন নিৰ্দেশনা উলংঘা

author img

By

Published : Apr 16, 2020, 8:21 PM IST

ডুমডুমাত বেংক আৰু গেছ এজেঞ্চিসমূহত ৰাইজৰ সমাগম ৷ লক ডাউন আৰু সামাজিক দুৰত্বক আওকাণ কৰি একাংশ অসচেতন লোকৰ কাৰ্যত সচেতন মহল অসন্তুষ্ট হৈ পৰে ৷

ডুমডুমাত লকডাউন নিৰ্দেশনা উলংঘা
ডুমডুমাত লকডাউন নিৰ্দেশনা উলংঘা

ডুমডুমা, 16 এপ্ৰিল : তিনিচুকীয়াৰ ডুমডুমাত লক ডাউন উলংঘা কৰি বেংক আৰু গেছ এজেঞ্চিসমূহত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে । কিন্তু ভিৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল । লক ডাউন তথা সামাজিক দুৰত্বৰ নামত ডুমডুমাত একাংশ অসচেতন লোকৰ সমাগমত সচেতন মহল ক্ষুব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ।

ডুমডুমাত লকডাউন নিৰ্দেশনা উলংঘা

লগতে পঢ়ক : লক ডাউনৰ বাবে যতি পৰিল 42 বছৰীয়া এক পৰম্পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.