ETV Bharat / state

এসপ্তাহ অতিক্ৰম কৰিলে লাইকা-দধিয়াবাসীৰ গণ বিক্ষোভে

author img

By

Published : Dec 27, 2020, 2:06 PM IST

তিনিচুকীয়াৰ বৰগুৰিৰ লাইকা-দধিয়াবাসীৰ অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ এসপ্তাহ অতিক্ৰম কৰিলে ৷ এসপ্তাহ অতিক্ৰম কৰিলে যদিও আজিৰ পৰ্যন্ত ইতিবাচক সঁহাৰি নোপোৱাৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে ৷ ২০ তাৰিখৰ পৰা ১৪ শ ৮০ টা পৰিয়ালে নিজৰ‌ জীয়াই থকাৰ অধিকাৰ বিচাৰি এই কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷

Laika dadhiya people protest to their right to life
এসপ্তাহ অতিক্ৰম কৰিলে লাইকা-দধিয়াৰ গণ বিক্ষোভে

তিনিচুকীয়া, 27 ডিচেম্বৰ : তিনিচুকীয়াৰ বৰগুৰিৰ অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আজি এসপ্তাহ অতিক্ৰম কৰিলে ৷ উল্লেখ্য যে, TMPK, MMK, TMMK তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে মৌলিক অধিকাৰ বিচাৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দাবীত যোৱা ২০ তাৰিখৰ পৰা এই ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷

Laika dadhiya people protest to their right to life
এসপ্তাহ অতিক্ৰম কৰিলে লাইকা-দধিয়াবাসীৰ গণ বিক্ষোভে

তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই বিশাল গণ বিক্ষোভ কাৰ্যসূচীয়ে এসপ্তাহ অতিক্ৰম কৰিলে যদিও আজিৰ পৰ্যন্ত ইতিবাচক সঁহাৰি নোপোৱাৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে ৷ লাইকা আৰু দধিয়াৰ প্ৰায় লাইকা-দধিয়াৰ প্ৰায় ১৪ শ ৮০ টা পৰিয়ালে নিজৰ‌ জীয়াই থকাৰ অধিকাৰ বিচাৰি এই কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক:মা কামাখ্যাৰ আশিস ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.