ETV Bharat / state

কাকপথাৰত পথ দুৰ্ঘটনাঃ আহত দুজন

author img

By

Published : Apr 16, 2019, 7:10 PM IST

কাকপথাৰত ইয়নে মহতিয়ালে মটৰ চাইকেলক, এই দুৰ্ঘটনাত আহয় হয় দুজন লোক ৷

কাকপথাৰত পথ দুৰ্ঘটনাত আহত দুজন

কাকপথাৰ,১৬ এপ্ৰিলঃ ৰাজ্যত বিহুৰ উলহ-মালহ পৰিৱেশ চলি থকাৰ সময়তে কাকপথাৰৰ লাজুম পথাৰত সংঘটিত হয় পথ দুৰ্ঘটনা । AS-23L-7173 নম্বৰৰ এখন ইয়ন বাহনে মটৰ চাইকেল এখনক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত গুৰুতৰভাবে আহত হয় দুজন লোক। চেঙেলী চুতীয়া গাৱঁৰ সঞ্জয় চুতীয়া আৰু মাইথংৰ বিকাশ মহন নামৰ লোক দুজন গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাটোত। আহত ব্যক্তি দুজনক পিচত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। স্থানীয় লোকৰ মতে ইয়ন বাহনখনৰ চালকজনে অতিৰিক্ত মদ্য পান কৰাৰ ফলতেই এনে ঘটনা সংঘটিত হয় । ঘটনা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে ইয়ন বাহনৰ চালকক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

Intro:কাকপথাৰৰ লাজুম পথাৰত পথ দুৰ্ঘটনা, দুজন গুৰুতৰভাবে আহত

শদিয়া : কাকপথাৰ থানাৰ অন্তগত লাজুম পথাৰত হোৱা এটা পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাবে আহত হয় ৷ আহতদ্বয় ক্ৰমে চেঙেলী চুতীয়া গাৱঁৰ সঞ্জয় চুতীয়া(30) আৰু মাইথংৰ বিকাশ মহন(20) ৷ দুয়োকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ AS 23 L 7173 নম্বৰৰ ইয়ন' গাড়ীখনে নম্বৰ বিহীন মটৰচাইকেলত আহি থকা আৰুহী দুজনক পিছফালৰ পৰা খুণ্ডীওৱাৰ ফলত ঘটনাতো সংঘটিত হয় ৷ মদৰ ৰাগীত মতলীয়া ইয়ন' গাড়ীখনৰ কাকপথাৰ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আনে ৷ অসমীয়া নৱৰ্বষৰ প্ৰথম দিনটোৰ পৰাই কাকপথাৰ অঞ্চলত বিভিন্ন দুৰ্ঘটনাৰ খবৰে আতংকৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.