ETV Bharat / state

কাকপথাৰত হাতীৰ উপদ্ৰৱ: উজাগৰি নিশা কটাইছে গাঁওবাসীয়ে - কাকপথাৰত হাতীৰ উপদ্ৰৱ:উজাগৰি নিশা কটাইছে গাঁওবাসীয়ে

দৰাচলতে হাঁহখাতি বনাঞ্চলৰ পৰা অহা এটা হাতীৰ জাকে দীঘল মেচাকি নামৰ গাঁওখনত বিগত এটা পষেকে পথাৰৰ ধান খাই তহিলং কৰিছে ৷ গাঁওখনৰ পথাৰখনত প্ৰায় 50 বিঘাতকৈ অধিক পকা ধান খাই শেষ কৰিছে বনৰীয়া হাতীৰ জাকটোৱে ৷ ফলত নিশা হ'লেই গাঁওবাসীয়ে জুই জলাই হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ পথাৰত অৱস্থান কৰেহি ৷

কাকপথাৰ
author img

By

Published : Nov 11, 2019, 11:59 PM IST

কাকপথাৰ, 11 নৱেম্বৰ: হাতীৰ সন্ত্ৰাসত দিশহাৰা হৈ পৰিছে ৰাজ্যবাসী ৷ সোমবাৰে বহু কষ্টৰ অন্তত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বন বিভাগে লাডেন নামৰ হাতীটো বশ কৰাৰ পিচতে স্বস্তিৰ নিশ্বাস লৈছে গোৱালপাৰাবাসীয়ে আনফালে এতিয়াও হাতীৰ কবলৰ পৰা মুক্ত হোৱা নাই কাকপথাৰ হাঁহখাতিবাসী ৷

দৰাচলতে হাঁহখাতি বনাঞ্চলৰ পৰা অহা এজাক হাতীয়ে দীঘল মেচাকি নামৰ গাঁওখনত বিগত এটা পষেকে পথাৰৰ ধান খাই তহিলং কৰিছে ৷ গাঁওখনৰ পথাৰখনত প্ৰায় 50 বিঘাতকৈ অধিক পকা ধান খাই শেষ কৰিছে বনৰীয়া হাতীৰ জাকটোৱে ৷ ফলত নিশা হ'লেই গাঁওবাসীয়ে জুই জলাই হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ পথাৰত অৱস্থান কৰেহি ৷ পকা ধান কাটিবলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে হাতীয়ে এইদৰে ধান খাই শেষ কৰাত মুৰে-কপালে হাত দিছে স্থানীয় ৰাইজে ৷

উজাগৰি নিশা কটাইছে গাঁওবাসীয়ে

কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ অভিয়োগ অনুসৰি হাতী খেদিবৰ বাবে স্থানীয় বন বিষয়াক বাৰম্বাৰ জনাই অহাৰ পিচতো মাত্ৰ দুজন কৰ্মচাৰীয়ে সোমবাৰে হাতীয়ে ক্ষতি কৰা পথাৰসমূহ পৰিদৰ্শন কৰে যদিও ক্ষতিপুৰণৰ বিষয়ে কোনো কথা প্ৰকাশ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ সম্প্ৰতি হাতীৰ পৰা বাছিবলৈ উজাগৰি নিশা কটাইছে গঞা ৰাইজে ৷

Intro:কাকপথাৰ দীঘল মেচাকি গাৱঁত বিঘাই বিঘাই ধান খায় হাতীৰ উপদ্ৰৱ, উজাগৰি নিশা কটাইছে গাৱঁবাসীয়ে

শ : ৰাজ্যৰ বৃদ্ধি পাইছে বন্যস্তীৰ তাণ্ডৱ ৷ কাকপথাৰ হাঁহখাতিত হাতীয়ে ঘৰ ভাঙি তাণ্ডৱ চলোৱাৰ পিছত হাঁহখাতি বনাঞ্চলৰ পৰা যোৱা এজাক হাতীয়ে দীঘল মেচাকি নানৰ গাৱঁখনত যোৱা এটা পষেকে পথাৰৰ ধান খাই তহিলং কৰি অহা বুলি গাৱঁবাসীয়ে জানিবলৈ দিছে ৷ দীঘল মেচাকি গাৱঁক পথাৰখনত প্ৰায় পঞ্চাছ বিঘাতকৈ অধিক পকা ধান খাই শেষ কৰিছে বনৰীয়া হাতীজাকে ৷ নিশা হলেই গাৱঁবাসীয়ে জুই জলাই হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ পথাৰত অৱস্থান কৰেহি ৷ পকা ধান কাটিবলৈ মাজত মাথো কেইটামান দিন থকাৰ অৱস্থাত এইদৰে বন্যস্তীয়ে ধান খাই শেষ কৰাত মুৰে-কপালে হাত দিছে স্থানীয় ৰাইজে ৷ অঞ্চলটোৰ সৰহসংখ্যক ৰাইজেই খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ তেনেসময়ত এইদৰে বন্যসস্তীৰ উপদ্ৰবত নিদ্ৰাহৰণ হৈছে গাৱঁবাসীয়ে ৷ হাতী খেদিবৰ বাবে স্থানীয় বন বিষয়াক বাৰম্বাৰ জনাই অহাৰ পিছত আজি মাত্ৰ দুজন কৰ্মচাৰীয়ে হাতীয়ে ক্ষতি কৰা পথাৰসমুহ পৰিদৰ্শন কৰে যদিও ক্ষতিপুৰণৰ বিষয়ে কোনো কথা প্ৰকাশ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ হাতীৰ পৰা বাছিবলৈ গঞা ৰাইজে উজাগৰি নিশা কটোৱাৰ লগতে হাতীৰ পথাৰত প্ৰবেশৰ বাধা দিয়াৰ সময়ত বন কৰ্মীক বাৰম্বাৰ মতাৰ পিছতো বন কৰ্মচাৰী নহাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ লগতে সুজিত কোঁৱৰ নামৰ ব্যক্তিজনৰ ভৰাল ভাঙি হাতীয়ে সকলো ধান খাই শেষ কৰাত খাবলৈ নথকাৰ অৱস্থা হৈছে ব্যক্তিজনৰ ঘৰত ৷ এইদৰে গাৱঁবাসীৰ বছৰতোৰ একমাত্ৰ সম্বল ধান সমুহ হাতীয়ে খাই, নষ্ট কৰাৰ বাবে ক্ষতিপুৰণৰ দাবী কৰিছে ৷ কান্দি কান্দি চৰকাৰলৈ ক্ষতিপুৰণৰ দাবী জনালে স্থানীয় মহিলাই ৷Body:Byte : PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.