শদিয়া, 7 নৱেম্বৰ : ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কাকপথাৰত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আলু, পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমান্তৰালভাবে প্ৰতিজন সদস্যই ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে কাহি লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ কাকপথাৰ আছুৰ কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধিক সদস্যই বিজেপি চৰকাৰ হুছিয়াৰ, ফনিভূষণ চৌধুৰী গ’ বেক, সৰ্বানন্দ সোণোৱাল হুছিয়াৰ ইত্যাদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ অনতি পলমে ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী মুল্য হ্ৰাস নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়ক: পাকিস্তান জিন্দাবাদ শ্ল’গানৰ প্ৰসংগত বদৰউদ্দিন আজমলৰ সংবাদমেল
অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে কাকপথাৰত আছুৰ প্ৰতিবাদ - অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি
কাকপথাৰ আছুৰ কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধিক সদস্যই বিজেপি চৰকাৰ হুছিয়াৰ, ফনিভূষণ চৌধুৰী গ’ বেক, সৰ্বানন্দ সোণোৱাল হুছিয়াৰ ইত্যাদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷