ETV Bharat / state

হিমন্তৰ নিৰ্বাচনী প্ৰচাৰে ব্যাঘাত আনিছে পাঠদান কাৰ্যসূচীত - assam news

বৃহস্পতিবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডুস্থিত বাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা ৷ যাৰ বাবে বিদ্যালখনৰ পাঠদান কাৰ্যসূচীত ব্যাঘাত জন্মে

লিডুত হিমন্তৰ নিৰ্বাচনী প্ৰচাৰে
author img

By

Published : Apr 5, 2019, 2:59 AM IST

তিনিচুকীয়া, 4 এপ্ৰিলঃ বিদ্যালয়ৰ দুৱাৰ বন্ধ কৰি পাঠদান মাৰ্ঘেৰিটাৰ লিডুত ৷ খেলপথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা চলি থকাৰ বাবেই বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ দুৱাৰ বন্ধ কৰি পাঠদান কৰিবলৈ বাধ্য হয় শিক্ষকে ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডুস্থিত বাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ
খেলপথাৰত অনুষ্ঠিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা ৷ যাৰ বাবে বিদ্যালখনৰ পাঠদান কাৰ্যসূচীত ব্যাঘাত জন্মে ৷

আনহাতে, ছাত্ৰ ছাত্ৰীৰ পাঠ গ্ৰহণত ব্যাঘাত জন্মিব বুলি জনাৰ পাচতো কেনেকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীয়ে খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিছে কৰা সাংবাদিকৰ প্ৰশ্নত কয়, বাস্তৱ লগত পৰিচয় কৰাই দিয়াৰ বাবেই খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ দিয়া বুলি মন্তব্য কৰে ৷

Intro:
Slug-- বিদ্যালয়ৰ দূৱাৰ বন্ধ কৰি পাঠদান । বিদ্যালয়ৰ খেলপথাৰত ড ° হিমন্তৰ নিৰ্বাঢনী সভা

O.C ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা প্ৰাক্তন শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাঢনী সভা আৰু আনফালে কাষতে থকা বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ দুৱাৰ বন্ধ কৰি পাঠদান ।
। এই দৃশ্য পৰিলক্ষিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত
১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডুত ।
V.O বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ দুৱাৰ বন্ধ দেখি বিদ্যালয় বন্ধ বুলি নাভাবিব । যিহেতুকে বন্ধ কোঠাৰ ভিতৰত আছে ছাত্ৰ ছাত্ৰী ।চলি আছে পাঠদান । কিন্ত কিয় লিডু বাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এইদৰে দুৱাৰ বন্ধ কৰি পাঠদান জানেনে ? কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ লিডুস্থ বাজাৰ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ গাতে লাগি থকা
খেলপথাৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা । তাৰ বাবেই এই দুৱাৰ বন্ধ কৰি পাঠদানৰ ব্যৱস্থা ।
SOT প্ৰধান শিক্ষয়িত্ৰী
এইদৰে ছাত্ৰ ছাত্ৰীৰ পাঠগ্ৰহণত ব্যাঘাট জন্মিব বুলি জানিও কিয় বিদ্যালয়ৰ খেলপথাৰ ব্যৱহাৰৰ অনুমতি দিলে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ অতিৰিক্ত জ্ঞান লাভৰ বাবেই এই দৰে সভা পাতিবলৈ দিয়া বুলি আত্মপক্ষ সমৰ্থন কৰে ।
SOT প্ৰধান শিক্ষয়িত্ৰীBody:Byte-Head masterConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.