ETV Bharat / state

তিনিচুকীয়াৰ পৰিস্থিতি পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ - কৰ’ণা ভাইৰাছ

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে তিনিচুকীয়া ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় ৷ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা মন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷

Health minister visit tinsukia assam etv bharat news
পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ স্বাস্থ্য মন্ত্ৰীৰ
author img

By

Published : Jun 5, 2020, 10:16 PM IST

তিনিচুকীয়া, 5 জুন: স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পৰিদৰ্শন কৰে তিনিচুকীয়াৰ পৰিস্থিতি ৷ মন্ত্ৰী গৰাকী জিলাখনত উপস্থিত হৈ প্ৰশাসনৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷ কৰ’ণা ভাইৰাছৰ যথোচিত চিকিৎসাৰ বাবে গ্ৰহণ কৰিবলগা জিলাখনৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে পৰ্যালোচনা কৰে মন্ত্ৰী শৰ্মাই ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ পল্লৱলোচন দাস,মন্ত্ৰী ক্ৰমে পীযুষ হাজৰিকা,যোগেন মহন,সঞ্জয় কিষাণৰ লগতে বলীন চেতিয়াসহ কেইবাগৰাকীও বিধায়ক ৷

পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ স্বাস্থ্য মন্ত্ৰীৰ

ইফালে,বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়তে গছপুলি ৰোপণ কৰাৰ পিছত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে ৷

লগতে চাওকঃ স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰায় ৫ গৰাকী কৰ্মচাৰীৰ কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.