ETV Bharat / state

অৰুণাচলৰ মহাদেৱপুৰত চিআৰপিএফৰ বিনামূলীয়া চিকিৎসা শিবিৰ

author img

By

Published : Nov 21, 2020, 6:54 AM IST

উক্ত চিকিৎসা শিবিৰত অৰুণাচল চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি চিআৰপিএফ আৰু সেনা বাহিনীৰ অসম ৰাইফলছৰ চিকিৎসকে সেৱা আগবঢ়ায় ৷

free-medical-camp-at-mohadevpur-of-arunachal-pradesh
অৰুণাচলৰ মহাদেৱপুৰত চি আৰ পি এফৰ বিনামূলীয়া চিকিৎসা শিবিৰ

শদিয়া, 21 নৱেম্বৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ কঠালগুৰিত শুকুৰবাৰে বিনামূলীয়া চিকিৎসা শিবিৰ স্থাপন কৰে চিআৰপিএফৰ 186 নং বেটেলিয়ানে ৷ উক্ত চিকিৎসা শিবিৰৰ জৰিয়তে স্থানীয় ৰাইজক সেৱা আগবঢ়াই সেনা চিকিৎসকে ৷ বহু লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসা আৰু বিনামূলীয়া ঔষধো বিতৰণ কৰা হয় চিকিৎসা শিবিৰত ৷

উল্লেখ্য যে, উক্ত চিকিৎসা শিবিৰত অৰুণাচল চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি চিআৰপিএফ আৰু সেনা বাহিনীৰ অসম ৰাইফলছৰ চিকিৎসকে সেৱা আগবঢ়ায় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে চিআৰপিএফৰ 186 নং বেটেলিয়ানৰ কমাণ্ডেন্ট ৰাজীৱ কুমাৰকে ধৰি বহু কেইজন উচ্চ পদস্থ বিষয়া, তিনিজন চিকিৎসক আৰু বহুকেইগৰাকী স্বাস্থ্য কৰ্মী ৷

লগতে পঢ়কঃ কোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি, সম্পাদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.