ETV Bharat / state

ডিগবৈত চাৰিখন কয়লা ভৰ্তি ট্ৰাক জব্দ বন বিভাগৰ - Digbai

ডিগবৈত বন বিভাগৰ অভিযানত চাৰিখনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ ট্ৰাক কেইখন মাৰ্ঘেৰিটাৰ পৰা আহি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰলোকে ৷

ডিগবৈত চাৰিখন কয়লা ভৰ্তি ট্ৰাক জব্দ বন বিভাগৰ
author img

By

Published : Sep 21, 2019, 4:48 PM IST

ডিগবৈ,21 ছেপ্তেম্বৰঃ ডিগবৈত চালক সহ চাৰিখনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ বন বিভাগৰ ৷ নিশা বন বিভাগৰ অভিযানত জব্দ হয় ট্ৰাক কেইখন ৷

ডিগবৈত বন বিভাগৰ অভিযানত চালক সহ চাৰিখনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ ট্ৰাক কেইখন মাৰ্ঘেৰিটাৰ পৰা আহি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷ জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ -AS-23-BC-6826 , AS 23 BC 8836 , AS -23- BC -8392 ,আৰু AS- 06 -C- 6937 ৷ জব্দকৃত ট্ৰাককেইখন সহ চালক কেইজনক ডিগবৈ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বন বিভাগৰ লোকে ৷

Intro:ডিগবৈত নিশা চাৰিখনকৈ কয়লা ভৰ্তি ট্ৰাক বন বিভাগৰ দ্বাৰা জব্দ।

V. O.---ডিগবৈত চাৰিখনকৈ কয়লাভৰ্তি ট্ৰাক জব্দ ৷ নিশা বন বিভাগে অভিযান চলাই ট্ৰাক কেইখন জব্দ কৰে ৷ ট্ৰাক কেইখন মাৰ্ঘেৰিটাৰ পৰা আহিছিল ৷ ট্ৰাক কেইখনৰ নম্বৰ--AS-23-BC-6826 , AS 23 BC 8836 , AS -23- BC -8392 ,আৰু AS- 06 -C- 6937 ৷ ট্ৰাককেইখন ডিগবৈ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়তে আছে ৷ বিশেষকৈ মাৰ্ঘেৰিটা অঞ্চলটোত যিটো সময়ত কয়লা সৰবৰাহ বন্ধ কৰাক লৈ বন বিভাগটোৱে সক্ৰিয় হৈ পৰিছে ঠিক সেই সময়তে এনেদৰে চাৰিখন কৈ ট্ৰাক নিশা ৰাজপথত গৈ থকা অৱস্থাত বন বিভাগৰ দলে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।তদন্তৰ পাছতহে জব্দ কৰা ট্ৰাক কেইখন বৈধ নে অবৈধ সেইয়া প্ৰমাণিত হ'ব।Body:Byte-NilConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.