তিনিচুকীয়া,৩ মে' :ৰাজ্যত কেইবাদিনো নেৰা নেপেৰা বৰষুণৰ ফলত প্ৰথমতো বাৰিষাতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক চোমনিৰ পুৰণা মথাউৰিটো ভগাৰ ফলত প্ৰায় ৪৫টা পৰিয়াল ক্ষতিগ্ৰস্ত হয় ৷ কেইবাটাও পৰিয়ালৰ ঘৰত পানী সোমোৱাত স্থানীয় বিদ্যালয়ত শিবিৰ স্থাপন কৰি অৱস্থান কৰিবলগীয়া হৈছে ৷ শুকুৰবাৰে পুৱাই তিনিচুকীয়া জিলা উপায়ুক্তই শিৱিৰটো পৰিদৰ্শন কৰি ক্ষয় ক্ষতি বুজ লোৱাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
তিনিচুকীয়াত বান্ধ ভাঙি ক্ষতিগ্ৰস্থ ৪৫ টাকৈ পৰিয়াল - শিৱিৰ
শুকুৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্তই শিৱিৰটো পৰিদৰ্শন কৰি বিতৰণ কৰে খাদ্য সামগ্ৰী ৷
শিৱিৰত আছে বান্ধ ভাঙি ক্ষতিগ্ৰস্থ হোৱা ৪৫ টাকৈ পৰিয়াল
তিনিচুকীয়া,৩ মে' :ৰাজ্যত কেইবাদিনো নেৰা নেপেৰা বৰষুণৰ ফলত প্ৰথমতো বাৰিষাতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক চোমনিৰ পুৰণা মথাউৰিটো ভগাৰ ফলত প্ৰায় ৪৫টা পৰিয়াল ক্ষতিগ্ৰস্ত হয় ৷ কেইবাটাও পৰিয়ালৰ ঘৰত পানী সোমোৱাত স্থানীয় বিদ্যালয়ত শিবিৰ স্থাপন কৰি অৱস্থান কৰিবলগীয়া হৈছে ৷ শুকুৰবাৰে পুৱাই তিনিচুকীয়া জিলা উপায়ুক্তই শিৱিৰটো পৰিদৰ্শন কৰি ক্ষয় ক্ষতি বুজ লোৱাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
Intro:ডিৰাক পুৰণা চোমনি বান্ধৰ কবলত পৰা লোকক সাৰ্হায্য প্ৰদান প্ৰশাসনৰ
শদিয়া : ৰাজ্যত কেইবাদিনো নেৰা নেপেৰা বৰষুণৰ ফলত প্ৰথমতো বাৰিষাতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক চোমনিৰ পুৰণা মথাউৰিটো ভগাৰ ফলত প্ৰায় ৪৫টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল ৷ কেইবাটাও পৰিয়ালৰ ঘৰত পানী সোমোৱাত স্থানীয় বিদ্যালয়ত শিবিৰ স্থাপন কৰি অৱস্থান কৰিব লগীয়া হৈছে ৷ আজি পুৱাই তিনিচুকীয়া জিলা উপায়ুক্তই শিবিৰটো পৰিদৰ্শন কৰি ক্ষয় ক্ষতি বুজ লোৱাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ অঞ্চলটোৰ প্ৰায় ৪৫টা পৰিয়ালক চাউল, দাইল, মিঠাতেল, আলু, নিমখ ইত্যাদি বিতৰণ কৰি ক্ষতিগ্ৰস্ত সকলক ক্ষতিপুৰণ দিয়া হব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷ আজি পানী কিছু কমিছে যদিও শংকা আতৰা নাই অঞ্চলবাসীৰ ৷ কিন-কিনীয়া বৰষুণ অব্যাহত থকাত যিকোনো সময়তে যিকোনো ভয়ানক পৰিস্থিতি সৃষ্টি হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে গাৱঁবাসীয়ে ৷ আবেলিলৈ স্থানীয় বিধায়ক বলিন চেতীয়াই প্লাবিত অঞ্চলটো পৰিদৰ্শন কৰি ক্ষয়-ক্ষতি বুজ লোৱা বুলি জানিব পৰা গৈছে ৷Body:Byte : PublicConclusion:Mintu Talukdar
Sadiya