ETV Bharat / state

ডমডুমাত ডু একাডেমীৰ উদ্যোগত কাৰাটে প্ৰশিক্ষণ - dumduma

ডমডুমাত ডু একাডেমীৰ উদ্যোগত কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিং অনুষ্ঠান ৷ উক্ত প্ৰশিক্ষণত ১২০ গৰাকী প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ ৷ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰশিক্ষক চিহান সমীৰ দাস ৷

ডমডুমাত ডু একাডেমীৰ উদ্যোগত কৰাটে প্ৰশিক্ষণ
author img

By

Published : Jul 29, 2019, 1:20 PM IST

ডুমডুমা, 29 জুলাই: ডু একাডেমীৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা চিটৰিও কাৰাটেৰ সৌজন্যত ডুমডুমাত দুদিনীয়াকৈ কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিং অনুষ্ঠান সম্পন্ন হৈ যায় । উক্ত প্ৰশিক্ষণত তিনিচুকীয়া, ডিব্ৰুগড়, লক্ষীমপুৰ, গুৱাহাটী আদিৰ পৰা প্ৰায় ১২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে । ডুমডুমা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণত প্ৰথম দিনা কাৰাটে প্ৰশিক্ষণ দিয়াৰ সমান্তৰালকৈ দ্বিতীয় দিনা সেই প্ৰশিক্ষণৰ পৰীক্ষাও সম্পন্ন হয় । ডুমডুমাত অনুষ্ঠিত এই কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিংত মুখ্য প্ৰশিক্ষক হিচাপে চিহান সমীৰ দাস উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰমোদ ভূঞা আৰু মৃদুল গগৈয়ে সহযোগ কৰে ।

আনহাতে এই প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত পৰীক্ষাত পেঙেৰীৰ অঞ্জু ছেত্ৰীয়ে পোন প্ৰথমবাৰৰ বাবে ছোৱালী শাখাত Black Belt লাভ কৰি সমগ্ৰ পেঙেৰী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'য় ।

Intro:Date: 29-07-2019

Slug: ডুমডুমাত কাৰাটে - ডু একাডেমীৰ উদ্যোগত কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিং অনুষ্ঠান সম্পন্ন ।

V/O: ডুমডুমা কাৰাটে - ডু একাডেমীৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা চিটৰিও কাৰাটেৰ সৌজন্যত ডুমডুমাত দুদিনীয়াকৈ কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিং অনুষ্ঠান সম্পন্ন হৈ যায় । ডুমডুমা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণত প্ৰথম দিনা কাৰাটে প্ৰশিক্ষণ দিয়াৰ সমান্তৰালকৈ দ্বিতীয় দিনা সেই প্ৰশিক্ষণৰ পৰীক্ষাও সম্পন্ন হ'য় । উক্ত প্ৰশিক্ষণত তিনিচুকীয়া, ডিব্ৰুগড়, লক্ষীমপুৰ, গুৱাহাটী আদিৰ পৰা প্ৰায় ১২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে । প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত পৰীক্ষাত পেঙেৰীৰ অঞ্জু ছেত্ৰীয়ে পোন প্ৰথমবাৰৰ বাবে ছোৱালীৰ শাখাত Black Belt লাভ কৰি পেঙেৰী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'য় । ডুমডুমাত অনুষ্ঠিত এই কাৰাটে প্ৰশিক্ষণ আৰু গ্ৰেডিংত মূখ্য প্ৰশিক্ষক হিচাপে চিহান সমীৰ দাস উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰমোদ ভূঞা আৰু মৃদুল গগৈয়ে সহযোগ কৰে ।

Byte: চিহান সমীৰ দাস, মূখ্য প্ৰশিকক ।Body:Date: 29-07-2019

Byte: চিহান সমীৰ দাস, মূখ্য প্ৰশিকক ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.