ডুমডুমা,১২জুলাই : ডুমডুমাত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । ফিল'বাৰীৰ পৰা ডকাইতে লুটি লৈ যায় টকাৰ বেগ । ঘটনা অনুসৰি, অৰুণ উপাধ্যায় আৰু ভীম শৰ্মা নামৰ দুজন যুৱকে বাইকেৰে আহি থকা অৱস্থাতে তিনিজনীয়া এটা ডকাইতৰ দলে আগভেটি ধৰি যুৱক দুজনৰ পৰা লৈ যায় টকাৰ বেগটো । যুৱক দুজনে ধন দিবলৈ প্ৰথমে অমান্তি হয়। কিন্তু ডকাইতকেইজনে যুৱক দুজনক চোকা অস্ত্ৰৰে আঘাত কৰি লুটি লৈ যায় বেগটোত থকা প্ৰায় 18,000 টকাৰ লগতে বহু লাগতিয়াল নথি-পত্ৰ।
ডুমডুমাত ডকাইতি
ডুমডুমাৰ ফিল'বাৰীৰ পৰা ডকাইতে লুটি লৈ যায় টকাৰ বেগ । বেগটোত আছিল প্ৰায় 18,000 টকা ।
ডুমডুমাত ডকাইতিৰ ঘটনা
ডুমডুমা,১২জুলাই : ডুমডুমাত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । ফিল'বাৰীৰ পৰা ডকাইতে লুটি লৈ যায় টকাৰ বেগ । ঘটনা অনুসৰি, অৰুণ উপাধ্যায় আৰু ভীম শৰ্মা নামৰ দুজন যুৱকে বাইকেৰে আহি থকা অৱস্থাতে তিনিজনীয়া এটা ডকাইতৰ দলে আগভেটি ধৰি যুৱক দুজনৰ পৰা লৈ যায় টকাৰ বেগটো । যুৱক দুজনে ধন দিবলৈ প্ৰথমে অমান্তি হয়। কিন্তু ডকাইতকেইজনে যুৱক দুজনক চোকা অস্ত্ৰৰে আঘাত কৰি লুটি লৈ যায় বেগটোত থকা প্ৰায় 18,000 টকাৰ লগতে বহু লাগতিয়াল নথি-পত্ৰ।
Intro:Date--12/7/2019
Slug--ডুমডুমাত দিনদুপৰতে ডকাইতি কাণ্ড।
ফিল'বাৰীৰ পৰা বাইকেৰে আহি থকা দুই যুৱকক চোকা অস্ত্ৰৰে আঘাত কৰি কাঢ়ি লৈ যায় টকাৰ বেগ ।
Anchor+V.O.-- ডুমডুমাত দিন দুপৰতে আজি এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘঠিত হয় । ফিল'বাৰীৰ পৰা মটৰ চাইকেলেৰে আহি থকা দুজন যুৱক ক্ৰমে অৰুণ উপাধ্যায় আৰু ভীম শৰ্মাক একেদিশৰ পৰাই অহা এখন পঞ্জীয়ন নম্বৰ বিহীন FZ বাইক আৰু পালচাৰ AS 23 1604 নম্বৰৰ দুখন মটৰ চাইকেলত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলে সন্মুখৰ পৰা আগুচি ধৰি ৰখাই চোকা অস্ত্ৰৰে যুৱক দুজনক হাতত আঘাত কৰি তেওঁলোকৰ পৰা এটা বেগ কাঢ়ি ডুমডুমা দিশে পলায়ন কৰে ডকাইতৰ দলটোৱে । জানিব পৰা মতে, বেগটোত প্ৰায় 18000 টকা আৰু বহুতো লাগতিয়াল নথি পত্ৰ আছিল ।
Byte---Body:Date--12/7/2019

Byte---Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।