ETV Bharat / state

ডুমডুমাত আজৱ কাণ্ডঃ জ্বলা অঙঠাৰে খেলা যুৱতীৰ

author img

By

Published : May 22, 2019, 2:39 PM IST

কোনো যাদু নহয় ৷ অবিশ্বাচ্য যেন লাগিলেও সত্য ৷ বিজ্ঞানক প্ৰত্যাহ্বান জনাই পৰম্পৰা ৰক্ষা আৰু ধৰ্মীয় বিশ্বাসৰ দোহাই দি সময়ে সময়ে এনেদৰে প্ৰদৰ্শিত হয় না না ধৰণৰ অদ্ভুত, শিহৰণকাৰী, ভয়ানক আৰু গাৰ নোম শিয়ঁৰি উঠা কাৰ্য কলাপ ।

বিজ্ঞান, প্ৰযুক্তিক প্ৰত্যাহ্বান, জুইৰ সৈতে যুৱতীৰ খেলা

ডুমডুমা,22মে': তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুই আমগুৰি মহমৰা গাঁৱত ঠিক এনে এক অদ্ভুত আৰু ভয়ানক কাৰ্যকলাপ প্ৰদৰ্শিত হ'য় মঙলবাৰে । গাঁওখনৰ একাংশ যুৱতীৰ গাত মা মংগলা দেবী থকা বুলি ৰাইজক বিশ্বাস জন্মাবৰ বাবেই যুৱতীকেইগৰাকীয়ে কৰি দেখুৱালে এক শিহৰণকাৰী, গাৰ নোম শিয়ঁৰি উঠা অদ্ভূত কাণ্ড । ৰঙা সাজ পৰিহিত যুৱতীকেইগৰাকীয়ে জোঙা গজালেৰে ভৰপূৰ কাঠৰ ওপৰত উদ্দাম নৃত্য কৰাৰ লগতে জ্বলা জুইৰ অঙঠাৰ ওপৰেদি খালি ভৰিৰে পাৰ হৈ দেখুৱালে অদ্ভদ নৃত্য । এই দৃশ্য চাবলৈ মহমৰা গাঁৱৰ এই বিশেষ গৃহটোত ভীৰ লাগে প্ৰায় পাঁচ শতাধিক লোকৰ । বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ ডিজিটেল ইণ্ডিয়াৰ সপোন দেখাৰ সময়তেই এইখন হৈছে অন্ধবিশ্বাসে কৰাল বন্ধা সমাজৰ একাংশ লোকৰ ছবি ৷ ২১ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই সোণালী যুগত ধৰ্মবিশ্বাসৰ নামত এনে অদ্ভূত ঘটনাই ভিতৰুৱা অঞ্চলৰ একাংশ ৰাইজক কোন দিশে গতি কৰাইছে সেয়া হৈ পৰিছে লক্ষণীয় বিষয় ৷

Intro:Date: 22-05-2019

Special Report

Sluge: বিজ্ঞান, প্ৰযুক্তিক প্ৰত্যাহ্বানেৰে পৰম্পৰা আৰু ধৰ্মবিশ্বাসৰ এক অদ্ভুত, শিহৰণকাৰী, ভয়ানক আৰু গাৰ নোম শিয়ঁৰি উঠা কাৰ্য্য কলাপৰ ।

:ক'ত জুইৰ সৈতে যুৱতীৰ খেলা ?
:জোঙা গজালেৰে ভৰপূৰ কাঠৰ ওপৰত কিয় যুৱতীৰ উদ্দাম নৃত্য ?
:শ শ লোক উপস্থিত থকা ধৰ্মীয় বিশ্বাস আৰু বিজ্ঞান মনস্তাত্বিকতাৰ এই শিহৰণকাৰী যুদ্ধত কোন জয়ী হ'ল ?
:বিজ্ঞান, প্ৰযুক্তিক প্ৰত্যাহ্বানেৰে পৰম্পৰা আৰু ধৰ্মবিশ্বাসৰ এক এক্সক্লুচিভ খবৰ ETV BHARAT ত

V/O: সময়ৰ গতিশীলতাৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নো বৃদ্ধি পাইছে । বিজ্ঞানৰ লহৰে আন্দোলিত কৰিছে মানুহৰ জীৱন ।
বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু গৱেষণাৰ সফলতাই এতিয়া জন্ম আৰু মৃত্যুক অতিক্ৰমৰ যুঁজত ব্যস্ত । কিন্তু সেই বিজ্ঞানক প্ৰত্যাহ্বান জনাই পৰম্পৰা ৰক্ষা আৰু ধৰ্মীয় বিশ্বাসৰ দোহাই দি কেতিয়াবা কেতিয়াবা আকৌ প্ৰদৰ্শিত হয় না না ধৰণৰ অদ্ভুত, শিহৰণকাৰী, ভয়ানক আৰু গাৰ নোম শিয়ঁৰি উঠা কাৰ্য্য কলাপৰ ।
তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুই আমগুৰি মহমৰা গাঁৱত ঠিক এনে এক অদ্ভুত আৰু ভয়ানক কাৰ্যকলাপ প্ৰদৰ্শিত হ'য় যোৱা মঙলবাৰে । গাঁৱখনৰ এগৰাকী যুৱতীৰ গাত মা মঙ্গলা দেবী থকা বুলি ৰাইজক বিশ্বাস জন্মাবৰ বাবেই যুৱতীগৰাকীয়ে কৰি দেখুৱালে এক শিহৰণকাৰী, গাৰ নোম শিয়ঁৰি উঠা অদ্ভূত কাণ্ড । যুৱতী গৰাকীয়ে জোঙা গজালেৰে ভৰপূৰ কাঠৰ ওপৰত উদ্দাম নৃত্য কৰাৰ লগতে জ্বলা জুইৰ আঙঠৰ ওপৰেদি খালি ভৰিৰে পাৰ হৈ দেখুৱাই । এই দৃশ্য চাবলৈ মহমৰা গাঁৱৰ এই বিশেষ গৃহটোত ভীৰ লাগে প্ৰায় পাঁচ শতাধিক লোকৰ। ইয়াৰ ওপৰিও একাংশ ৰাইজৰ দাবী, দেবী ৰূপী যুৱতীয়ে বিভিন্ন জটিল ৰোগৰ চিকিৎসা কৰি বহুজনক আৰোগ্য কৰি তুলিছে । ২১ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই সোণালী যুগত ধৰ্মবিশ্বাসৰ নামত এনে অদ্ভূত ঘটনাই ভিতৰুৱা অঞ্চলৰ একাংশ ৰাইজক কোন দিশে গতি কৰাইছে সেয়া চিন্তনীয় বিষয় হৈ পৰিছে ।

Byte: দেবী ৰূপী যুৱতী ।

Byte: চিকিৎসা কৰি আৰোগ্য হোৱা বুলি দাবী কৰা লোক ।

Byte: স্থানীয় ৰাইজ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমBody:Date: 22-05-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.