ডিগবৈ, 9 নৱেন্বৰঃ ডিগবৈত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ ডিগবৈৰ বগাপানী কলনিৰ নিৰুপমা পেট্ৰ’ল পাম্পত তেল ভৰোৱাৰ চলেৰে প্ৰৱেশ কৰে প্ৰায় বাৰজনীয়া ডকাইতৰ এটা দলে ৷ ডকাইত কেইজনৰ ছয়জনে তেল ভৰাবলৈ বুলি পাম্পৰ কাষ চপাৰ বিপৰীতে বাকীকেইজনে স্বত্বাধিকাৰীৰ কাষ চাপি গৈ টকা দাবী কৰে ৷ পেট্ৰ’ল পাম্পটোৰ স্বত্বাধিকাৰী উৎপল বৰশইকীয়াই টকা দিবলৈ অমান্তি হোৱাত মাৰপিট কৰি হাতত লৈ অহা মাৰাণাস্ত্ৰ প্ৰদৰ্শন কৰি মালিক আৰু কৰ্মচাৰীৰ পৰা প্ৰায় এক লাখ পঞ্চাশ হাজাৰ টকা লুট কৰি লৈ যায় ৷
ডিগবৈত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড - Digboi dacoit case
ডিগবৈৰ বগাপানী কলনিৰ নিৰুপমা পেট্ৰ’ল পাম্পত তেল ভৰোৱাৰ চলেৰে প্ৰৱেশ কৰে প্ৰায় বাৰজনীয়া ডকাইতৰ এটা দলে ৷ পেট্ৰ’ল পাম্পটোৰ স্বত্বাধিকাৰী উৎপল বৰশইকীয়াই টকা দিবলৈ অমান্তি হোৱাত মাৰ পিত কৰি হাতত লৈ অহা মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি মালিক আৰু কৰ্মচাৰীৰ পৰা প্ৰায় এক লাখ পঞ্চাশ হাজাৰ টকা লুটি লৈ যায় ডকাইটৰ দলটোৱে ৷
ডিগবৈ, 9 নৱেন্বৰঃ ডিগবৈত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ ডিগবৈৰ বগাপানী কলনিৰ নিৰুপমা পেট্ৰ’ল পাম্পত তেল ভৰোৱাৰ চলেৰে প্ৰৱেশ কৰে প্ৰায় বাৰজনীয়া ডকাইতৰ এটা দলে ৷ ডকাইত কেইজনৰ ছয়জনে তেল ভৰাবলৈ বুলি পাম্পৰ কাষ চপাৰ বিপৰীতে বাকীকেইজনে স্বত্বাধিকাৰীৰ কাষ চাপি গৈ টকা দাবী কৰে ৷ পেট্ৰ’ল পাম্পটোৰ স্বত্বাধিকাৰী উৎপল বৰশইকীয়াই টকা দিবলৈ অমান্তি হোৱাত মাৰপিট কৰি হাতত লৈ অহা মাৰাণাস্ত্ৰ প্ৰদৰ্শন কৰি মালিক আৰু কৰ্মচাৰীৰ পৰা প্ৰায় এক লাখ পঞ্চাশ হাজাৰ টকা লুট কৰি লৈ যায় ৷
V/O ডিগবৈত চাঞ্চল্যৰ ডকাইতি৷ডিগবৈৰ বগাপানী কলনিৰ নিৰুপমা পেট্ৰল মাম্পৰ পৰা প্ৰায় বাৰজনীয়া ডকাইতি দলে কিছু সময়ৰ আগতে,পেট্ৰল ডিপুত তেল ভৰাবলৈ অহাৰ দৰে আহি ডিপুত প্ৰৱেশ কৰে৷ছয়জনীয়া ডকাইটিৰ দলটো প্ৰত্যেকে এজনকৈ আৰোহী আহিছিল৷তাৰে তিনিজনে তেল ভৰাবলৈ বুলি পাম্পৰ কাষ চপাৰ বিপৰীতে আন তিনিজনে কাৰ্যলয়ৰ ভিতৰত বহি থকা মালিকৰ কাষ চাপি গৈ টকা বিচাৰে আৰু মালিক উৎপল বৰশইকীয়াই কিহৰ পইছা বুলি দাবী দিয়াত ডকাইতি দলে কাৰ্মচাৰী আৰু মালিকক মাৰ পিত কৰি হাতত লৈ অহা মাৰানাস্ত প্ৰদৰ্শন কৰি মালিক আৰু কৰ্মচাৰীৰ পৰা প্ৰায় এক লাখ পঞ্চাশ হাজাৰ টকা লুট কৰি তিনিচুকীয়া ৰ দিশে উধাও হয় আৰু বৰ্তমান ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া আৰু ডিগবৈ আৰক্ষী বিষয়া উপস্থিত হৈ ডকাইতি দলক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷
Body:বাইট -- 1,মালিক
বাইট ---2,কৰ্মচাৰী৷Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ