ETV Bharat / state

আৰক্ষী অধীক্ষকৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীৰ আদৰণীয় পদক্ষেপ

author img

By

Published : Apr 24, 2021, 9:56 PM IST

তিনিচুকীয়া জিলা আৰক্ষীয়ে দাঙি ধৰিছে এক মহানুভৱতাৰ পৰিচয় । আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰৰ নেতৃত্বত মানৱীয় দৃষ্টিৰে যোৱা তিনিদিন ধৰি তিনিচুকীয়া নগৰকে ধৰি জিলা খনৰ প্ৰতিখন থানাৰ অন্তৰ্গত প্ৰায়বোৰ অঞ্চলতে বিনামূলীয়াকৈ কেইবাহাজাৰো মাস্ক বিতৰণ কৰি সাধাৰণ জনতাৰ মাজত ব্যাপক সজাগতা অভিযান চলোৱা হৈছে ।

covid awarness
আৰক্ষী অধীক্ষকৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীৰ আদৰণীয় পদক্ষেপ

তিনিচুকীয়া,২৪ এপ্ৰিল : সমগ্ৰ ভাৰতবৰ্ষ এতিয়া ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ কবলত । ক'ভিডৰ এনে পৰিৱেশত পুনৰবাৰ দূৰত্ব বজায় ৰখা, সঘনাই চাবোনেৰে হাত ধোৱা আৰু বিশেষকৈ মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । ৰাজ্য চৰকাৰে এনে পৰিস্থিতিত মাস্ক পৰিধান নকৰা লোকক অতি কমেও ১০০০ টকা জৰিমনা বিহিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

covid awarness
আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰৰ নেতৃত্বত মাস্ক বিতৰণ

এনে সময়তে যোৱা ২১ এপ্ৰিলৰ পৰা তিনিচুকীয়া জিলা আৰক্ষীয়ে এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে । আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰৰ নেতৃত্বত মানৱীয় দৃষ্টিৰে যোৱা তিনিদিন ধৰি তিনিচুকীয়া নগৰকে ধৰি জিলা খনৰ প্ৰতিখন থানাৰ অন্তৰ্গত প্ৰায়বোৰ অঞ্চলতে বিনামূলীয়াকৈ কেইবাহাজাৰো মাস্ক বিতৰণ কৰি সাধাৰণ জনতাৰ মাজত ব্যাপক সজাগতা অভিযান চলোৱা হৈছে । আৰক্ষীৰ কাৰ্যক এতিয়া জিলাখনৰ লগতে ৰাজ্যৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।

লগতে পঢ়ক:কৰিমগঞ্জৰ এটা ইটা ভাটাৰ পৰা 22 দিনে আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.