ETV Bharat / state

তিনিচুকীয়াত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন - ৰাইজৰ দলৰ আহ্বায়ক সমিতি

দেওবাৰে তিনিচুকীয়াৰ ডি.টি হলত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন । জিলাখনৰ প্ৰায় 2 শতাধিক ৰাইজৰ উপস্থিতিত গঠন হয় সমিতিখন ৷

Convenor committee of Raijor Dol has been formed in Tinsukia
তিনিচুকীয়াত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন
author img

By

Published : Oct 18, 2020, 8:10 PM IST

তিনিচুকীয়া,18 অক্টোবৰ : ঐক্যবদ্ধ,আপোচহীন,প্ৰগতিশীল আঞ্চলিক দল গঢ় দিয়াৰ উদ্দেশ্যে দেওবাৰে তিনিচুকীয়াৰ ডি.টি হলত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন । এই সমিতি গঠন কাৰ্যসূচীত ৰাইজৰ দলে জিলাখনৰ বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে ।

Convenor committee of Raijor Dol has been formed in Tinsukia
তিনিচুকীয়াত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন

জিলাখনৰ প্ৰায় 2 শতাধিক ৰাইজৰ উপস্থিতিত আহ্বায়ক সমিতিখন গঠন কৰা হয় । সভাত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য আহ্বায়ক লুইত গগৈ,আহ্বায়ক টাংকেশ্বৰ মৰণকে আদি কৰি দলৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক : ৰাজ্যত থাকিব সংস্কৃতটোল আৰু মাদ্ৰাছা : দিপাংক নাথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.