ETV Bharat / state

তিনিচুকীয়াত মাৰণাস্ত্ৰসহ এজনক আটক - আৰক্ষী

এটা ৩০৩ ৰাইফল আৰু পাঁচ জাঁই সজীৱ গুলীসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ যুৱকজনৰ নাম বিনোদ মৰাণ ৷ যুৱকজনৰ ঘৰ ডুমডুমাৰ কাকজান গাঁৱত বুলি জানিব পৰা গৈছে ৷

তিনিচুকীয়াত মাৰণাস্ত্ৰসহ এজনক আটক
author img

By

Published : Mar 30, 2019, 3:27 AM IST

তিনিচুকীয়া, 30 মাৰ্চঃ তিনিচুকীয়া আৰক্ষীৰ অভিযানত জব্দ মাৰণাস্ত্ৰ ৷ এটা ৩০৩ ৰাইফল আৰু পাঁচ জাঁই সজীৱ গুলীসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ যুৱকজনৰ নাম বিনোদ মৰাণ ৷ যুৱকজনৰ ঘৰ ডুমডুমাৰ কাকজান গাঁৱত বুলি জানিব পৰা গৈছে ৷ ধৃত যুৱকজনক বৰ্তমান আৰ7ীয়ে জেৰা অব্যাহত ৰাখিছে ৷

BREAKING:-

তিনিচুকীয়া আৰক্ষীৰ অভিযানত জব্দ মাৰণাস্ত্ৰ

এটা ৩০৩ ৰাইফল আৰু পাঁচজাই সজীৱ গুলীসহ বিনোদ মৰাণ নামৰ এজন যুৱকক আটক আৰক্ষীৰ৷ 

আটকাধীন যুৱকজন বিনোদ মৰাণ

বিনোদ মৰাণৰ ঘৰ ডুমডুমাৰ কাকজান গাঁৱত বুলি জানিব পৰা গৈছে৷

ধৃত বিনোদ মৰাণক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.