ETV Bharat / state

তিনিচুকীয়াৰ পানীতোলাত বীৰ লাচিত দিৱস পালন - পানীতোলা

আজি লাচিত দিৱস ৷ অসমীয়া জাতিৰ শৌৰ্য্য বীৰ্য্য আৰু সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীত তেখেতক সুঁৱৰি সমগ্ৰ ৰাজ্যতে প্ৰতি বছৰে পালন কৰি আহিছে "লাচিত দিৱস"৷

As_tsk_bir_lachit_divas_AS10027
তিনিচুকীয়াৰ পানীতোলাত বীৰ লাচিত দিৱস পালন
author img

By

Published : Nov 24, 2020, 9:02 PM IST

তিনিচুকীয়া,24 নৱেম্বৰ : আজি লাচিত দিৱস ৷ অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনক সোঁৱৰি সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় লাচিত দিৱস ৷ অসমীয়া জাতিৰ শৌৰ্য্য বীৰ্য্য আৰু সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীত সমগ্ৰ ৰাজ্যতে প্ৰতি বছৰে "লাচিত দিৱস" হিচাপে পালন কৰি আহিছে ৷

As_tsk_bir_lachit_divas_AS10027
তিনিচুকীয়াৰ পানীতোলাত বীৰ লাচিত দিৱস পালন

তিনিচুকীয়াৰ পানীতোলাত বীৰ লাচিত সেনাৰ উদ্যোগত পালন কৰা হ'ল বীৰ লাচিত দিৱস । এই মহান দিনটোতে বীৰ লাচিত বৰফুকনক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

উল্লেখ্য যে, পানীতোলাত বীৰ লাচিত সেনাৰ উদ্যোগত পালন কৰা লাচিত দিৱসত পূৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠটোৱে ।

লগতে পঢ়ক: ক'ভিড-১৯ প্ৰতিৰোধী ভেকচিন ব্যৱস্থাপনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.