ETV Bharat / state

পুনৰ বাঘজান তৈলক্ষেত্ৰত অৰাজকতা - অইল ইণ্ডিয়া লিমিটেড

উজনি অসমত নাটনি হ’ব পাৰে গেছৰ । 400 খন চাহ বাগানে লাভ নকৰিব গেছৰ যোগান । নেপকোৱেও লাভ নকৰিব গেছ । বিদুতৰ সমস্যা উদ্ভৱ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে অইলে ।

পুনৰ বাঘজান তৈলক্ষেত্ৰত অৰাজকতা
পুনৰ বাঘজান তৈলক্ষেত্ৰত অৰাজকতা
author img

By

Published : Mar 3, 2021, 11:36 AM IST

তিনিচুকীয়া,3 মাৰ্চঃ পুনৰ বাঘজান তৈলক্ষেত্ৰত সৃষ্টি অৰাজকতা ৷ সোমবাৰে অনিৰ্দিষ্টকাললৈ বাঘজান তৈলক্ষেত্ৰৰ EPS ত তেল আৰু গেছৰ উৎপাদন বন্ধ কৰিলে অইল ইণ্ডিয়া লিমিটেডে ৷ বাঘজান দীঘলটং অঞ্চলৰ একাংশ লোকে ক্ষতিপূৰণ বিচাৰি বাঘজান EPS অৱৰোধ কৰি ভিতৰলৈ কোনো কৰ্মচাৰী যাবলৈ দিয়া নাই বুলি জানিব পৰা গৈছে ৷

পুনৰ বাঘজান তৈলক্ষেত্ৰত অৰাজকতা
পুনৰ বাঘজান তৈলক্ষেত্ৰত অৰাজকতা

যাৰ ফলত উজনি অসমত নাটনি হ’ব পাৰে গেছৰ । 400 খন চাহ বাগানে লাভ নকৰিব গেছৰ যোগান । নেপকোৱেও লাভ নকৰিব গেছ । বিদুতৰ সমস্যা উদ্ভৱ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে অইলে । সৰ্বাধিক বাঘজান তৈলক্ষেত্ৰৰ পৰাই গেছ উৎপাদন কৰে অইলে । EPS ত কোনো অইলৰ কৰ্মচাৰী নথকাত যি কোনো সময়ত যি কোনো ঘটনা সংঘটিত হোৱাৰ আংশকা প্ৰকাশ কৰিছে অইল কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ ভূৱন পেগুক টিকট দিলে ভোট বৰ্জন কৰিব বিজেপি কৰ্মীয়ে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.