ETV Bharat / state

তিনিচুকীয়া পালেহি কানাডাৰ পৰা অনা স্নাবিক ইউনিট যন্ত্ৰ

author img

By

Published : Nov 4, 2020, 10:11 PM IST

অৱশেষত তিনিচুকীয়াত উপস্থিত হ'ল বাঘজানৰ BGR 5 নং তৈলখাদৰ জুই নিৰ্বাপনৰ বাবে কানাডাৰ পৰা অনা স্নাবিক ইউনিট যন্ত্ৰ। যোৱা ২৩ অক্টোবৰত বিশ্বৰ সৰ্ববৃহৎ বিমান এন্টোনভ বিমানেৰে আনি কলকাতাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল স্নাবিন ইউনিট যন্ত্ৰতো। ইয়াৰ পিছতেই কলকাতাৰ পৰা পোনে পোনে লৈ অহা হৈছিল বাঘজানৰ অগ্নিকাণ্ড স্থলীলৈ।

baghjan-issue
তিনিচুকীয়া পালেহি কানাডাৰ পৰা অনা স্নাবিক ইউনিট যন্ত্ৰ

তিনিচুকীয়া, 4 নৱেম্বৰ : অৱশেষত তিনিচুকীয়াত উপস্থিত হ'ল বাঘজানৰ BGR 5 নং তৈলখাদৰ জুই নিৰ্বাপনৰ বাবে কানাডাৰ পৰা অনা স্নাবিক ইউনিট যন্ত্ৰ।

যোৱা ২৩ অক্টোবৰত বিশ্বৰ সৰ্ববৃহৎ বিমান এন্টোনভ বিমানেৰে আনি কলকাতাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল স্নাবিন ইউনিট যন্ত্ৰতো। ইয়াৰ পিছতেই কলকাতাৰ পৰা পোনে পোনে লৈ অহা হৈছিল বাঘজানৰ অগ্নিকাণ্ডস্থলীলৈ।

বুধবাৰে পুৱাই তিনিচুকীয়া পোৱাৰ পিছতেই বাঘজানলৈ লৈ যোৱা হৈছিল যদিও বাঘজানত পূৰ্বৰে পৰাই প্ৰতিবাদ কৰি থকা ৰাইজে নতুন গাঁ‌ৱৰ পৰাই যন্ত্ৰটো ঘুৰাই পঠিয়াই। বৰ্তমান এই বিশেষ যন্ত্ৰটো প্ৰশাসনৰ কঠোৰ নিৰাপত্তাৰ মাজেৰে তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত নিৰ্মীয়মান প্লাষ্টিক পাৰ্কত ৰখা হৈছে।

আনহাতে বাঘজানবাসী ৰাইজে এতিয়াও প্ৰতিবাদ অব্যাহত ৰাখিছে। যেতিয়া লৈকে বাঘজানবাসী ৰাইজে ক্ষতিপূৰণ বিনিময়ত পাবলগীয়া আগধন নাপায় তেতিয়ালৈকে কোনো সামগ্ৰী বাঘজানলৈ আহিব নোৱাৰাকৈ বাঘজান-নতুন ৰঙাগড়া গাঁও সংযোগী পথ অৱৰোধ কৰে। অৱশেষত উপায়হীন হৈ ঘটনাস্থলীত তিনিচুকীয়া জিলা উপায়ুক্ত, অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ উপস্থিত হৈ ঘটনাৰ সমাধানৰ বাবে ৰাইজৰ সৈতে আলোচনাত মিলিত হয়।

লগতে পঢ়ক: ধৰ্মীয় চহৰ হৰিদ্বাৰত উদ্ধাৰ কৰা হৈছে 150 বছৰীয়া প্ৰাচীন চিৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.