ETV Bharat / state

লুৰিণৰ মাতৃৰ সোঁ‌ৱৰণত গীত মুকলি - দেশ, জাতি

লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ সোঁৱৰণত গীত মুকলি । কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ৰাজীৱ শদিয়াই কণ্ঠদান কৰিছে গীতটোত ৷

লুৰিণজ্যোতিৰ মাতৃ স্বৰ্গীয় দুলু গগৈৰ সোঁ‌ৱৰণত গীত মুকলি

author img

By

Published : Apr 3, 2021, 1:27 PM IST

তিনিচুকীয়া,3 এপ্ৰিল: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে যোৱা বুধবাৰে ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । সকলোৰে অতি মৰমৰ তথা জাতিৰ বাবে চিন্তা কৰা এগৰাকী মাতৃক হেৰুৱাই সকলো মৰ্মাহত হৈছিল ।

লুৰিণজ্যোতি গগৈৰ মাতৃ স্বৰ্গীয় দুলু গগৈৰ সোঁ‌ৱৰণত গীত মুকলি

লুৰিণ মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ মাত্ৰ এটা দিনতেই এটা গীত ৰচনা কৰি উলিয়ালে জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ৰাজীৱ শদিয়াই । আছুৰ উপ-সভাপতি বিনয় ডুবেৰ পৰিচালনাত শিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ৰাজীৱ শদিয়াই কণ্ঠদান কৰা গীতটি শুকুৰবাৰে তিনিচুকীয়াৰ ৰয়েল হাইনেঞ্চত উদ্বোধন কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

লগতে পঢ়ক: ইভিএম বিতৰ্ক : কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ স্থিতি প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.