ETV Bharat / state

Assam youth missing: বহিঃৰাজ্যত নিৰুদ্দেশ কাকপথাৰৰ যুৱক - বাংগালুৰুলৈ গৈ সন্ধানহীন হৈ আছে কাকপথাৰৰ এজন যুৱক

কৰ্মসংস্থাপনৰ বাবে বাংগালুৰুলৈ গৈ সন্ধানহীন হৈ আছে কাকপথাৰৰ এজন যুৱক ৷ ১১ এপ্ৰিলৰ সন্ধান লাভ কৰা নাই আন 4 জন যুৱকৰ সৈতে বাংগালোৰলৈ বুলি যোৱা যুৱকজন (Assam youth missing in Bengaluru)৷

Assam youth missing
বহিঃৰাজ্যত নিৰুদ্দেশ কাকপথাৰৰ যুৱক
author img

By

Published : Apr 13, 2022, 10:30 PM IST

শদিয়া, 14 এপ্ৰিল : কাকপথাৰৰ 1 নং বৰালি গাঁৱৰ এজন যুৱক সন্ধানহীন হৈ আছে বাংগালুৰুত (Assam youth missing in Bengaluru)৷ দুটিকৈ সন্তানৰ পিতৃ মুকুট মৰাণ(26) নামৰ যুৱকজনে কামৰ সন্ধানত চেন্নাইৰ পৰা বাংগালুৰুলৈ যোৱাৰ পথৰ পৰা পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷

বহিঃৰাজ্যত নিৰুদ্দেশ কাকপথাৰৰ যুৱক

যোৱা ১১ এপ্ৰিলৰ নিশা লগৰ ৪ জনৰ সৈতে বাছত গৈ থকাৰ অৱস্থাতে সন্ধানহীন হৈ পৰে যুৱকজন ৷ ইতিমধ্যে যুৱকজন সন্ধাহীনৰ সন্দৰ্ভত পৰিয়ালৰ লোকে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ কোনো লোকে যুৱকজনৰ সন্ধান পালে 6002273933 অথবা 6000051273 নম্বৰত যোগাযোগ কৰিবলৈ যুৱকজনৰ পত্নী অনিতা মৰাণৰ লগতে পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷

লগতে পঢ়ক: জি এম চি এইছৰ পৰা নিৰুদ্দেশ ৭ মহীয়া শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.