ETV Bharat / state

বাঁহৰ পেলনীয়া টুকুৰাত প্ৰাণ পাই উঠিছে বিভিন্ন চিত্ৰশিল্প

author img

By

Published : Jun 29, 2020, 6:14 PM IST

শদিয়াৰ প্ৰৱালৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৃজনীশীলতাই ৷ কেতিয়াবা যদি বাঁহৰ টুকুৰাত আন কেতিয়াবা কেনভাছত প্ৰকাশ পাইছে এই সৃষ্টিশীলতা ৷

amazing bamboo art by Margherita boy
বাঁহৰ পেলনীয়া টুকুৰাত প্ৰাণ পাই উঠিছে বিভিন্ন চিত্ৰশিল্প

মাৰ্ঘেৰিটা,29জুনঃ এগৰাকী ছাত্ৰৰ শিল্পী সুলভ মন ৷ লক্ ডাউনৰ সময়খিনিৰ সদব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে সুন্দৰ সুন্দৰ চিত্ৰশিল্প ৷ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰ প্ৰৱাল বৰুৱাই কেতিয়াবা পেলনীয়া বাঁহৰ টুকুৰাত, কেতিয়াবা কেনভাছত অংকন কৰিছে এটাৰ পাছত আন এটা সুন্দৰ চিত্ৰশিল্প । শদিয়াত ঘৰ যদিও লক্ ডাউনৰ সময়খিনিত ঘৰলৈ নগৈ মাৰ্ঘেৰিটাতে থাকি এনেদৰে শিল্পকৰ্মত ব্যস্ত হৈ আছে ছাত্ৰগৰাকী ৷

লগতে পঢ়কঃমামা-ভাগিনৰ মৰমঃ লক্আপটো একেলগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.