ETV Bharat / state

শদিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ"

author img

By

Published : Jan 5, 2020, 3:25 PM IST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ"

15:00 January 05

ৰাজ্যত স্তিমিত হোৱা নাই CAA বিৰোধী প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিক ভাৱে বিভিন্ন দল-সংগঠন নতুবা ৰাইজৰ তৎপৰতাত ধাৰাবাহিকভাৱে চলি আছে আন্দোলন ৷ দেওবাৰে শদিয়াত CAA বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ" অনুষ্ঠান ৷ প্ৰতিকুল বতৰকো নেওচি শদিয়াৰ হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই বিভিন্ন CAA তথা চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷

শদিয়াত ৰাইজৰ "ৰণ হুংকাৰ"

শদিয়া, 5 জানুৱাৰী : বৰ্তমানেও স্তিমিত হোৱা নাই CAA বিৰোধী প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিক ভাৱে বিভিন্ন দল-সংগঠন নতুবা ৰাইজৰ তৎপৰতাত ধাৰাবাহিকভাৱে চলি আছে এই আন্দোলন ৷ দেওবাৰে শদিয়াত CAA বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ" অনুষ্ঠান ৷ প্ৰতিকূল বতৰকো নেওচি শদিয়াৰ হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই বিভিন্ন CAA তথা চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷

Intro:

CAA বাতিলৰ দাবীত শদিয়াত " ৰণ হুংকাৰ"।
শদিয়াৰ চাপাখোৱা ৰাজহুৱা খেল পথাৰত হাজাৰ হাজাৰ জনতাৰ অংশগ্ৰহণ।

V. O.--শদিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী বিশাল ৰণ হুংকাৰ কাৰ্যসুচী হাতত লয় ৷ প্ৰতিকুল বতৰকো নেওচি হাজাৰ হাজাৰ প্ৰতিবাদী শদিয়াৰ জনগনে CAA বাতিলৰ দাবীত একত্ৰিত হৈ "জয় আই অসম, তৰিলে দেশ মৰিলে স্বৰ্গ" "দেশ বুলিলে নেলাগে আদেশ" "CAA বাতিল কৰিবই লাগিব" ইত্যাদি শ্লগানে শদিয়াৰ জনগনে অসম চৰকাৰ, ভাৰত চৰকাৰক ৰণ হুংকাৰ দিয়ে ৷গন প্ৰতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱাকে ধৰি বহুকেইজন বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবন্দই অংশ গ্ৰহন কৰে ৷Body:Byte : ৰাণা প্ৰতাপ বৰুৱা, সভাপতি,৷ AJYCP কেন্দ্ৰীয় সমিতিConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.