ETV Bharat / state

ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন

দেওবাৰে ডুমডুমা শাখা সাহিত্য সভা ভৱনত ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হয়৷ পতাকা উত্তোলন আৰু স্মৃৰ্তি তৰ্পণৰে এই দ্বি-বাৰ্ষিক অধিবেশনৰ আৰম্ভনি কৰা হয়৷

author img

By

Published : Jan 5, 2020, 2:17 PM IST

Domdooma
ডুমডুমা

ডুমডুমা, 5 জানুৱাৰীঃ দেওবাৰে ডুমডুমাত অসম সাহিত্য সভাৰ অন্যতম শাখা ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হয় ৷ ডুমডুমা শাখা সাহিত্য সভা ভৱনত এই দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায় ৷

ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন

ডুমডুমা শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত এই কাৰ্যসূচী পতাকা উত্তোলন আৰু স্মৃৰ্তি তৰ্পণৰে আৰম্ভ কৰা হয় । ইয়াৰ পাচতে সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা পঞ্চ শ্বহীদৰ স্মৃতিত শ্বহীদ তৰ্পণ দিয়া হয় । তদুপৰি এই প্ৰতিনিধি সভাৰ লগত এখন মুকলি সভাও অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক - কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

Intro:Date: 05-01-2020

Slug: ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন ।

V/O: অসম সাহিত্য সভাৰ অন্যতম শাখা ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন আজি অনুষ্ঠিত হ'য় । ডুমডুমা শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত কাৰ্যসূচীত সভাৰ পতাকা উত্তোলন, স্মৃৰ্তি তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হ'য় । নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা পঞ্চ শ্বহীদৰ স্মৃতিত শ্বহীদ তৰ্পণ দিয়া হ'য় । দিনৰ ভাগত প্ৰতিনিধি সভাৰ লগতে মুকলি সভা অনুষ্ঠিত হ'য় ।

Byte: দেবেন ডেকা, সম্পাদক, ডুমডুমা শাখা সাহিত্য সভা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 05-01-2020

Slug: ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন ।

V/O: অসম সাহিত্য সভাৰ অন্যতম শাখা ডুমডুমা শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন আজি অনুষ্ঠিত হ'য় । ডুমডুমা শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত কাৰ্যসূচীত সভাৰ পতাকা উত্তোলন, স্মৃৰ্তি তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হ'য় । নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা পঞ্চ শ্বহীদৰ স্মৃতিত শ্বহীদ তৰ্পণ দিয়া হ'য় । দিনৰ ভাগত প্ৰতিনিধি সভাৰ লগতে মুকলি সভা অনুষ্ঠিত হ'য় ।

Byte: দেবেন ডেকা, সম্পাদক, ডুমডুমা শাখা সাহিত্য সভা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.