ETV Bharat / state

অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত প্ৰতিবাদ

author img

By

Published : Nov 10, 2020, 4:11 PM IST

অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত সাব্যস্ত প্ৰতিবাদ ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এই প্ৰতিবাদ সাব্যস্ত কৰে এবিভিপিৰ সদস্যসকলে ৷

ABVP protest demanding arnab goswami free from case margherita assam etv bharat news
অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত প্ৰতিবাদ

তিনিচুকীয়া,10 নৱেম্বৰ: অসম সন্তান তথা ৰিপ্লাবিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে এবিভিপিৰ সদস্যসকলে ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটাৰ চেগুনবাৰীস্থিত 38 নং ৰাষ্ট্ৰীয় ঘাইপথত সমবেত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্তলিকা দাহ কৰে ৷ লগতে মহাৰাষ্ট্ৰ চৰকাৰ হায় হায়, ৰাহুল গান্ধী হায় হায়, অৰ্ণৱ গোস্বামীক মুক্তি দিয়ক আদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে চাওকঃ বঙাইগাঁৱৰ আৰক্ষী বিষয়া হেমেন দাসৰ বদান্যতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.