ETV Bharat / state

বাঘজানৰ ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী 30 টাকৈ জাতীয় সংগঠনৰ - 30 student organization demand relief to the Baghjan victim

দেওবাৰে বাঘজানত অগ্নিকাণ্ড সংঘটিত হোৱা BGR-5 নম্বৰ তৈলখাদৰ লগতে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে সদৌ মৰাণ ছাত্ৰ সন্থা, আছু, যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি ৩০ টাকৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ বিষয়ববীয়াই ৷

30 student organization demand immediate  relief package for the Baghjan victim
বাঘজানৰ ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী 30 টাকৈ জাতীয় সংগঠনৰ
author img

By

Published : Jun 21, 2020, 9:40 PM IST

ডুমডুমা, 21 জুন: দেওবাৰে বাঘজানত অগ্নিকাণ্ড সংঘটিত হোৱা BGR-5 নম্বৰ তৈলখাদৰ লগতে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে সদৌ মৰাণ ছাত্ৰ সন্থা, আছু, যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি ৩০ টাকৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ বিষয়ববীয়াই ৷

বাঘজানৰ ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী 30 টাকৈ জাতীয় সংগঠনৰ

পৰিদৰ্শনৰ অন্তত কৰ্দৈগুৰিত যৌথ সংবাদমেলৰ আয়োজন কৰে উক্ত সংগঠন কেইটাৰ বিষয়ববীয়া সকলে ৷ সংবাদমেলত অসম চৰকাৰক কঠোৰ ভাষাৰে সমোলাচনা কৰে সংগঠনৰ বিষয়ববীয়া সকলে ৷ লগতে ক্ষতিগ্ৰস্ত সকলক উচিত ক্ষতিপুৰণ প্ৰদানৰ দাবী জনাই বিষয়ববীয়া সকলে ৷

সংবাদমেলত চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষক অতি শীঘ্ৰে বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ড নিৰ্বাপন কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই সংগঠনৰ নেতৃত্বসকলে ৷ লগতে ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাই নেতা সকলে ৷ উল্লেখ্য যে, সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে আটাইকেইটা সংগঠনে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ যৌথভাৱে প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷

লগতে পঢ়কঃ বাঘজানত ২৪ জুনৰ পৰা চলিব অগ্নি নিৰ্বাপনৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.