ETV Bharat / state

হাটশিঙিমাৰীত ৭০ সংখ্যক বন মহোৎসৱ পালন - south salmara

1 জুলাইৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই বন মহোৎসৱ ৷ হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত পালন কৰা হয় এই বন মহোৎসৱ কাৰ্যসূচী ৷

etv bharat
author img

By

Published : Jul 5, 2019, 4:56 AM IST

হাটশিঙিমাৰী, 7 জুলাইঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত 1 জুলাইৰ পৰা পালন কৰা হয় বন মহোৎসৱ ৷ জুলাইৰ প্ৰথমটো দিনৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে বন মহোৎসৱ ৷ ইয়াৰ লগত সংগতি ৰাখি মানকাচৰ জিলাতো বন বিভাগৰ সহযোগত বিশেষকৈ বৃক্ষৰোপণ আৰু গছ পুলি বিতৰণেৰে সুন্দৰকৈ পালন কৰা হয় এই বন মহোৎসৱ কাৰ্যসূচী ৷ অনুষ্ঠানত উপস্থিত থাকে ছলেমান হুছেইন চৌধুৰী( চি, এফ বন বিভাগ), বিশ্বজিৎ ৰায়( ডি, এফ, অ ধুবুৰী বন বিভাগ), মেৰিনা খান (সভানেত্ৰী, দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদ), বখতিয়াৰ খিলজী (অধ্যক্ষ, হাটশিঙিমাৰী মহাবিদ্যালয়) ৰ লগতে হাটশিঙিমাৰী কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী লগতে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল ৷ উল্লেখযোগ্য যে, সপ্তাহযোৰা বন মহোৎসৱ কাৰ্য্যসূচী জৰিয়তে জিলাখনৰ বিভিন্ন স্কুল কলেজৰ উপৰিও ভিন ভিন স্থানত গছ পুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে ।

হাটশিঙিমাৰীত ৭০ সংখ্যক বন মহোৎসৱ পালন

Intro:দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৭০ সংখ্যক বন মহোৎসৱ পালন।

Body: দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত আজি দুপৰীয়া ১২ বজাত ৭০ সংখ্যক বন মহোৎসৱ পালন কৰে বন বিভাগে। উল্লেখ্য যে, প্ৰথম জুলাইৰ পৰা অনুষ্ঠিত হোৱা দেশৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয় চৌহদত বৃক্ষৰোপণ আৰু গছ পুলি বিতৰণেৰে বিনন্দীয়া প্ৰকৃতিক চিৰসেউজ কৰাৰ প্ৰয়াস কৰিছে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে। উক্ত বৃক্ষৰোপন আৰু গছ পুুলি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ছলেমান হুছেইন চৌধুৰী( চি, এফ বন বিভাগ), বিশ্বজিৎ ৰায়( ডি, এফ, অ ধুবুৰী বন বিভাগ), মেৰিনা খান( সভানেত্ৰী, দঃশালমাৰা মানকাচৰ জিলা পৰিষদ), বখতিয়াৰ খিলজী(অধ্যক্ষ, হাটশিঙিমাৰী মহাবিদ্যালয়) প্ৰমূখ্যে আদিৰ লগতে হাটশিঙিমাৰী কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰবক্তা সকলেও উক্ত অনুষ্ঠানত উপস্থিত থাকে। উক্ত অনুষ্ঠানত বৃক্ষ তথা গছ-গছনি সম্পৰ্কে বিস্তাৰিত আলোচনা কৰা হয়।

Byte:- ছলেমান হুছেইন চৌধুৰী, চি,এফ বন বিভাগ।Conclusion:উল্লেখযোগ্য যে, সপ্তাহযোৰা বন মহোৎসৱ কাৰ্য্যসূচী মতে, জিলা খনৰ বিভিন্ন স্কুল কলেজৰ উপৰি ভিন্ন স্থানত গছ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছে জিলাখনৰ বন বিভাগে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.