ETV Bharat / state

2021 ৰ নিৰ্বাচনত ওফৰাই পেলোৱা হ'ব বিজেপিক: জুবিন গাৰ্গ

author img

By

Published : Dec 24, 2019, 10:49 PM IST

Updated : Dec 25, 2019, 9:20 AM IST

তেজপুৰৰ নেহেৰু মৈদানত কন্ঠশিল্পী জুবিন গাৰ্গৰ হুংকাৰ ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত ওফৰাই পেলোৱা হ'ব বিজেপিক ৷

Zubeen Garg commented against CAA at Tezpur
2021 ৰ নিৰ্বাচনত ওফৰাই পেলোৱা হব বিজেপিক: জুবিন গাৰ্গ

তেজপুৰ, 24 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত মঙলবাৰে তেজপুৰৰ নেহেৰু মৈদানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় কেন্দ্ৰীয় গণ সমাৱেশত উপস্থিত হয় কন্ঠশিল্পী জুবিন গাৰ্গ ৷ মঙলবাৰে সন্ধিয়া উক্ত অনুষ্ঠানত উপস্থিত হৈ নতুন ৰাজনৈতিক দল গঠনৰ বাবে ভূমিকা ল'ব বুলি মন্তব্য কৰে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে ৷ কিন্তু কোনোদিনেই প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ নকৰো বুলি স্পষ্ট মন্তব্য শিল্পী গৰাকীৰ ৷ লগতে বিজেপি দল ধনী মানুহৰ দল বুলি কটাক্ষ কৰি প্ৰতিবাদ স্থলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে জুবিন গাৰ্গে ৷ ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত জুবিন গাৰ্গৰ মন্তব্য "মই ৰাইজৰ মাজত থকা মানুহ আৰু ৰাইজৰ লগত থাকিম" ।

আনহাতে 2021 ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক ওফৰাই পেলোৱা হ'ব বুলি মন্তব্য কৰে জুবিন গাৰ্গে ৷ লগতে শিল্পী গৰাকীয়ে মন্তব্য কৰে যে, ভাল দিন আহিব বুলি ভাবি তেওঁ চৰকাৰ গঠন কৰাত সহায় কৰিছিল কিন্তু এতিয়া সেই চৰকাৰ ধ্বংস কৰা হ'ব ।

Intro:Desk please packag : regards ।

তেজপুৰ, ডিচেম্বৰ ২৪ : তেজপুৰত শিল্পী জুবিন গাৰ্গ ৰ ঘোষণা নতুন দল গঠনৰ বাবে ভূমিকা লব সন্মুখত থাকি নহয় পিছত থাকিব শিল্পী গৰাকী ।

Body:নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ প্ৰতিবাদত তেজপুৰত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় গণ সমাবেশ অনুষ্ঠানত তেজপুৰ নেহেৰু মৈদানত সন্ধিয়া 5 বজাত আহি উপস্থিত হৈ শিল্পী গৰাকীয়ে কয় যে বিজেপি দল ধনী মানুহৰ । বিজেপি হৈ নিৰ্বাচনত গীত পৰিৱেশন কৰিছিল কিন্তু সেয়াৰ বিনিময়ত পইচা লৈছিল । প্ৰতিবাদ স্থলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৰে আৰু কয় মই ৰাইজৰ মাজত থকা মানুহ আৰু ৰাইজৰ লগত থাকিম । 2021 এই চৰকাৰ উফৰাই পেলাবলৈ । ভাল বুলি চৰকাৰ গঠন কৰাত সহায় কৰিছিল আৰু এতিয়া ৰাইজে ধ্বংস কৰিব ।
Bite: জুবিন গাৰ্গ ।

Conclusion:প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
২৪/১২/১৯
Last Updated : Dec 25, 2019, 9:20 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.