ETV Bharat / state

তেজপুৰৰ গজৰাজ কৰ্পছত ভাৰতীয় সেনাৰ বিজয় দিৱস পালন

সেনাবাহিনীৰ বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজপুৰস্থিত গজৰাজ কৰ্পছৰ মুখ্যালয়ত ৷ জি অ চি লেঃ জেনেৰেল শান্তনু দায়লৰ লগতে সেনাৰ বিভিন্ন বিষয়া বিৰ্গই গজৰাজ কৰ্পছৰ ৱাৰ মেম'ৰিয়েলত শ্ৰদ্ধাঞ্জলি জনায় ।

Vijay Divas celebrate in tezpur
Vijay Divas celebrate in tezpur
author img

By

Published : Jul 26, 2020, 10:48 PM IST

তেজপুৰ,২৬ জুলাই : প্ৰত্যেক বছৰৰ দৰে এই বছৰ ও ভাৰতীয় সেনাবাহিনীয়ে তেজপুৰ গজৰাজ কৰপছ ত কাৰ্গিলৰ বিজয় দিৱস পালন কৰে । সেনাবাহিনীৰ বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজপুৰস্থিত গজৰাজ কৰ্পছৰ মুখ্যালয়ত ৷ জি অ চি লেঃ জেনেৰেল শান্তনু দায়লৰ লগতে সেনাৰ বিভিন্ন বিষয়া বিৰ্গই গজৰাজ কৰ্পছৰ ৱাৰ মেম'ৰিয়েলত শ্ৰদ্ধাঞ্জলি জনায় ।

Vijay Divas celebrate in tezpur
গজৰাজ কৰ্পছত ভাৰতীয় সেনাৰ বিজয় দিৱস পালন

১৯৯৯ চনত পাকিস্তানৰ বিৰুদ্ধে আজিৰ দিনটোত ভাৰতীয় সেনা "অপাৰেচন বিজয়"ত সফল হৈছিল ৷ এই দিনটো সেনাই বিজয় দিৱস পালন কৰে । 1999 চনৰ কাৰ্গিল যুদ্ধৰ সময়ত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ বহু সংখ্যক বীৰ যোদ্ধাই ৷ কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিত খাপ পিটি থকা পাকিস্তানী সেনাৰ উপৰিও ভাৰতীয় সেনাই বহুটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ যেনে, ভূ-ভাগৰ প্ৰত্যাহ্বান, বতৰ আৰু যুদ্ধনীতিত প্ৰভাৱ আৰু উচ্চতাত হোৱা ৰোগ ৷ তাৰ পাচতো সাহসেৰে যুঁজ দি ৰণ জিনিছিল ভাৰতীয় সেনাই ৷

Vijay Divas celebrate in tezpur
ভাৰতীয় সেনাৰ বিজয় দিৱস পালন
লগতে পঢ়ক : শ্বহীদ হোৱাৰ পূৰ্বে 9 শত্ৰুক গুলীয়াইছিল কেপ্তেইন অনুজ নায়াৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.