ETV Bharat / state

তেজপুৰ চহৰৰ প্ৰাণকেন্দ্ৰ চ'ক বজাৰত চেনীটাইজ প্ৰশাসনৰ

author img

By

Published : Jul 23, 2020, 1:49 PM IST

তেজপুৰত দিনক দিনে কৰ‘ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷ তেজপুৰ চহৰৰ প্ৰাণকেন্দ্ৰ চ'ক বজাৰত 6 গৰাকীৰ দেহত ক‘ভিড-19 পজিটিভ ৷

tezpur-sonitpur-chowak-bazar-6-more-covid-19-positive
তেজপুৰ চহৰৰ প্ৰাণ কেন্দ্ৰ চ'ক বজাৰত চেনীটাইজ প্ৰশাসনৰ

তেজপুৰ,২৩জুলাইঃ তেজপুৰ চহৰৰ প্ৰাণকেন্দ্ৰ চ'ক বজাৰৰ 6 জন ব্যৱসায়ীৰ দেহত বুধবাৰে ক‘ভিড-19 পজিটিভ ধৰা পৰাৰ পিছতেই বুধবাৰে বিয়লিৰ পৰা বৰ্তমানলৈকে বজাৰ বন্ধ ৰাখিছে ব্যৱসায়ী সকলে ।

এইপৰ্যন্ত তেজপুৰত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 672 লৈ বৃদ্ধি পালে । বৃস্পতিবাৰে পুৱাৰ পৰা পুনৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ৰখাৰ সময়তে জিলা প্ৰশাসনে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তেজপুৰ চহৰৰ মূল পথ সমূহ চেনীটাইজ কৰে ৷ ইপিনে দিনৰ ১১:৩০ বজাৰ পৰা ২ ঘণ্টা সময় ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখে ব্যৱসায়ী সকলে ।

লগতে পঢ়কঃ চিকিৎসালয়ৰ পৰিত্যক্ত গৃহত ধৰ্ষণ কিশোৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.