ETV Bharat / state

সুধাকণ্ঠৰ 8 সংখ্যক মৃত্যু দিৱসত তেজপুৰ সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - Dr Bhupen Hazarika dead anniversary observed in tezpur

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ সাহিত্য সভাই মঙলবাৰে সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ 8 সংখ্যক মৃত্যু দিৱস উদযাপন কৰে । পুৱাই মৃত্যু দিৱসৰ এই কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক, লেখক-লেখিকাসকল উপস্থিত থাকে ৷

তেজপুৰ সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
author img

By

Published : Nov 5, 2019, 10:23 AM IST

Updated : Nov 5, 2019, 10:37 AM IST

তেজপুৰ, ৫ নৱেম্বৰঃ মঙলবাৰে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ অষ্টম সংখ্যক মৃত্যু দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ সাহিত্য সভাই সুধাকণ্ঠৰ অষ্টম সংখ্যক মৃত্যু দিৱস উদযাপন কৰে। পুৱাই মৃত্যু দিৱসৰ এই কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক,লেখক-লেখিকাই ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনাই বিশ্ব বৰণ্য শিল্পীগৰাকীক।

tezpur
তেজপুৰ সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বিভিন্ন সাহিত্যিক,লেখক-লেখিকাই অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভাষণ প্ৰদান কৰে। লগতে অনুষ্ঠানত সুধাকণ্ঠক সোঁৱৰি শিল্পীসকলে গীত পৰিৱেশন কৰে ৷ ইপিনে এই অনুষ্ঠানতে সাহিত্য সভাই নতুন প্ৰজন্মৰ শিল্পী সকলৰ প্ৰতি উদ্গনিমূলক প্ৰচেষ্টা হাতত লৈছে বুলি শইকীয়াই জনায় ।

সুধাকণ্ঠৰ ৮ সংখ্যক মৃত্যু দিৱসত তেজপুৰ সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লগতে চাওক- সুধাকণ্ঠৰ গীতৰ সংস্কৃত ৰূপান্তৰৰে শ্ৰদ্ধাঞ্জলী শিল্পী ৰঞ্জন বেজবৰুৱাৰ

Intro:তেজপুৰ,৫ নৱেম্বৰ : তেজপুৰ সাহিত্য সভাই আজি সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৮ম সংখ্যক মৃত্যু দিৱস উদযাপন কৰে সভাৰ কাৰ্য্যালয়ত ।
বিশিষ্ট সাহিত্যিক লেখক লেখিকাই ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই উদযাপন কৰে ।

Body:বিভিন্ন সাহিত্যিক লেখক লেখিকাই অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই মহান শিল্পী গৰাকীৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জনাই বহু মুলীয়া ভাষণ প্ৰদান কৰে ।
সাহিত্য সভাই নতুন প্ৰজন্মৰ শিল্পী সকলৰ প্ৰতি উদগনি মূলক প্ৰচেষ্টা হাতত লৈছে বুলি শইকীয়াই জনায় ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৫/১১/১৯
Last Updated : Nov 5, 2019, 10:37 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.