ETV Bharat / state

ৰঙাপৰাৰ বজাৰৰ কদৰ্য ৰূপ - ৰঙাপৰা পৌৰসভা

ৰঙাপৰাত স্বচ্ছ ভাৰত মিছনৰ বিপৰীত ছবিখনহে ৰাইজে প্ৰত্যক্ষ কৰিছে । মাছৰ বজাৰত পেলনীয়া সামগ্ৰীবোৰ মহলদাৰ আৰু পৌৰসভাই এপ্তাহলৈকে চাফ-চিকুণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

জাৱৰৰ দ'মলৈ পৰিণত ৰঙাপৰা দৈনিক বজাৰ
author img

By

Published : May 5, 2019, 11:47 PM IST

ৰঙাপৰা, 2 মে’: জাৱৰৰ দ'মলৈ পৰ্যবসিত হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ দৈনিক বজাৰখন । ৰঙাপৰা পৌৰসভাখনে জাৱৰ-জোথৰ সমূহ চাফ-চিকুণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । নগৰখনৰ বিভিন্ন স্থানত এতিয়া কেৱল জাৱৰৰ দ'ম । বিশেষকৈ দৈনিক বজাৰত বজাৰ সমাৰ কৰিবলৈ যোৱা ৰাইজে উৎকট দুৰ্গন্ধৰ প্ৰকোপত নাকত ৰুমাল ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । ৰঙাপৰাত স্বচ্ছ ভাৰত মিছনৰ বিপৰীত ছবিখনহে ৰাইজে প্ৰত্যক্ষ কৰিছে । মাছৰ বজাৰত পেলনীয়া সামগ্ৰীবোৰ মহলদাৰ আৰু পৌৰসভাই এপ্তাহলৈকে চাফ-চিকুণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত মাছ বজাৰখন কদুৰ্গন্ধই ছানি ধৰিছে ।

জাৱৰৰ দ'মলৈ পৰিণত ৰঙাপৰা দৈনিক বজাৰ

আৰু পঢ়ক: শৰীৰত কৰ্কটৰ বীজাণু, সহায়ৰ আহ্বান নলবাৰীৰ দৰিদ্ৰ ৰোগীৰ পৰিয়ালৰ

ইফালে মহলদাৰসকলে খাজনা সংগ্ৰহ কৰি অহাৰ পাচতো সমগ্ৰ বজাৰখন চাফ-চিকুণ কৰি অহাত হেমাহি কৰি আহিছে বুলিও অভিযোগ উত্থাপন হৈছে ৷

Intro:ৰঙাপৰাত স্বচ্ছ ভাৰত অভিযানৰ নগ্ন স্বৰূপঃ জাৱৰৰ দ'মলৈ পৰিণত হৈছে দৈনিক বজাৰ।Body:ৰঙাপৰাঃ জাৱৰৰ দ'মলৈ পৰ্যবসিত হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ দৈনিক বজাৰখন। ৰঙাপৰা পৌৰসভাখনে জাৱৰ-জোথৰ সমূহ চাফ-চিকুণ নকাৰৰ অভিযোগ উত্থাপিত হৈছে। নগৰখনৰ বাট-পথ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত, দৈনিক বজাৰৰ চাৰিওদিশত এতিয়া কেৱল জাৱৰৰ দ'ম। বিশেষকৈ দৈনিক বজাৰত বজাৰ সমাৰ কৰিবলৈ যোৱা ৰাইজে উৎকট দুৰ্গন্ধৰ প্ৰকোপত নাকত ৰুমাল ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ৰঙাপৰাত স্বচ্ছ ভাৰত অভিযান মিছনৰ বিপৰীত ছবিখনহে ৰাইজে প্ৰত্যক্ষ কৰিছে। দৈনিক বজাৰৰ মাছ বজাৰত পেলনীয়া সামগ্ৰীবোৰ মহলদাৰ আৰু পৌৰসভাখনে এপ্তাহলৈকে চাফ-চিকুণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত মাছ বজাৰখন দুৰ্গন্ধই ছানি ধৰিছে। ইফালে মহলদাৰ সকলে খাজনা সংগ্ৰহ কৰি অহাৰ পাছতো সমগ্ৰ বজাৰখন চাফ-চিকুণ কৰি অহাত হেমাহি কৰি আহিছে।ৰঙাপৰাবাসী ৰাইজে অতি শীঘ্ৰে উপযুক্ত স্থানত থকা জাৱৰ সমূহ চাফ-চিকুন কৰি নগৰখন তথা দৈনিক বজাৰখন পৰিষ্কাৰ কৰি তুলিবলৈ পৌৰসভাক দাবী জনাইছে ।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.