ETV Bharat / state

তেজপুৰত শ্বপিং মলত পোলেণ্ডৰ নাগৰিক

author img

By

Published : May 9, 2020, 9:02 PM IST

শোণিতপুৰ জিলা উপায়ুক্তৰ মৌখিক অনুমতিলৈ ষ্টাইল বজাৰ মলখন খোলাৰ লগতে অতিৰিক্ত উপায়ুক্ত ৰোহন ঝাই বিশাল মেগামাৰ্ট খোলাৰ অনুমতি প্ৰদান কৰা বুলি সাংবাদিকৰ আগত অৱগত কৰে মল কেইখনৰ মেনেজাৰে ৷

Some foreigners shopping in style bazar Tezpur during lock down
তেজপুৰত শ্বপিং মলত পোলেণ্ডৰ নাগৰিক

তেজপুৰ, ৯ মে' : ৰাজ্য প্ৰশাসনৰ নিৰ্দেশনা অমান্য তেজপুৰৰ বিশাল মেগা মাৰ্ট আৰু ষ্টাইল বজাৰৰ ৷ শনিবাৰে শ্বপিং মল দুখনত দেখা গ'ল কেবাজনো গ্ৰাহকৰ লগতে শিশু , কিশোৰ আৰু এগৰাকী পোলেণ্ডৰ মহিলা ৷ মলত বিদেশী মহিলা থকাৰ পাছতো গ্ৰাহকসকলে সন্তানৰ সৈতে মুক্তমনে মল দুখনত বজাৰ কৰা পৰিলক্ষিত হয় ৷

তেজপুৰত শ্বপিং মলত পোলেণ্ডৰ নাগৰিক

পৰৱৰ্তি সময়ত , সাংবাদিকৰ প্ৰশ্নত শ্বপিং মলৰ মেনেজাৰে মল খোলাৰ বাবে ক্ষমা খোজাৰ লগতে মল কেইখন বন্ধ কৰে ৷ উল্লেখ্য যে, শোণিতপুৰ জিলা উপায়ুক্তৰ মৌখিক অনুমতিলৈ ষ্টাইল বজাৰ মলখন খোলাৰ লগতে অতিৰিক্ত উপায়ুক্ত ৰোহন ঝাই বিশাল মেগামাৰ্ট খোলাৰ অনুমতি প্ৰদান কৰা বুলি সাংবাদিকৰ আগত অৱগত কৰে মল কেইখনৰ মেনেজাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.