ETV Bharat / state

'সমতা বঁটা ২০১৯' বঁটা লাভ শোণিতপুৰৰ সমাজসেৱী প্ৰসেনজিৎ দেৱ নাথৰ

author img

By

Published : Aug 22, 2019, 12:02 AM IST

সমাজসেৱী প্ৰসেনজিৎ দেৱ নাথক 'সমতা বঁটা ২০১৯' প্ৰদান ৷ ৰঙাপৰা ৰাইজ আৰু অসম বেংগলী ফেডাৰেশ্বনৰ উস্ম আদৰণি

social activist Prakhenjit Dev Nath recieved "Samata Award 2009"

ৰঙাপৰা, 21 আগষ্ট : দেশৰ অন্যতম সামাজিক অনুষ্ঠান ভাৰতীয় সমতা সমাজৰ তৰফৰ পৰা 'সমতা বঁটা ২০১৯' বঁটা লাভ কৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সমাজসেৱী প্ৰসেনজিৎ দেৱ নাথে । দেশৰ ৭৩ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৱা ১৭ আগষ্টত দিল্লীৰ নাভালকাৰ প্ৰেক্ষাগৃহত কালিৰাম তমাৰে অনুষ্ঠিত কৰা অনুষ্ঠানত দেশৰ হৈ সেৱা আগবঢ়োৱা ৪৯ গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে ৰঙাপৰাৰ নিৱাসী প্ৰসেনজিৎ দেৱ নাথক উক্ত বঁটা আৰু সম্বৰ্দ্ধনা পত্ৰৰে উক্ত বঁটা জ্ঞাপন কৰে । শৈশৱ কালৰ পৰা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত থাকি সমাজ সেৱা কৰি অহা প্ৰসেনজিৎ দেৱ নাথে দিল্লীত বঁটা গ্ৰহণ কৰি আজি ৰঙাপৰাত উপস্থিত হোৱাত সদৌ অসম বেংগলী ফেডাৰেশ্বন ৰঙাপৰা আঞ্চলিক সমিতি আৰু ৰাইজে ফুলাম গামোছা আৰু জাপিৰে উষ্ম আদৰণী জনাই । লগতে ৰাইজে ফুলেৰে সজ্জিত এখন গাড়ীৰে প্ৰসেনজিৎ দেৱ নাথক নগৰখনলৈ আদৰণী আনে ৷

Intro:ৰঙাপৰাৰ প্ৰসেনজিৎ দেৱনাথলৈ 'সমতা বঁটা ২০১৯' প্ৰদানঃ বেংগল ফেডাৰেশ্বন, ৰাইজৰ উষ্ম আদৰণিBody:ৰঙাপৰাঃ দেশৰ অন্যতম সামাজিক অনুষ্ঠান ভাৰতীয় সমতা সমাজৰ তৰফৰ পৰা 'সমতা বঁটা ২০১৯' বঁটা লাভ কৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সমাজসেৱী প্ৰসেনজিৎ দেৱ নাথে। দেশৰ ৭৩ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৱা ১৭ আগষ্টত দিল্লীৰ নাভালকাৰ প্ৰেক্ষাগৃহত কালিৰাম তমাৰে অনুষ্ঠিত কৰা অনুষ্ঠানত দেশৰ হৈ সেৱা আগবঢ়োৱা ৪৯ গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে ৰঙাপৰাৰ ৪ নং ৱাৰ্ডৰ নিৱাসী প্ৰসেনজিৎ দেৱ নাথক উক্ত বঁটা আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। শৈশৱ কালৰ পৰা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত থাকি সমাজ সেৱা কৰি অহা প্ৰসেনজিৎ দেৱ নাথে দিল্লীত বঁটা গ্ৰহণ কৰি আজি ৰঙাপৰাত উপস্থিত হোৱাত সদৌ অসম বেংগলী ফেডাৰেশ্বন ৰঙাপৰা আঞ্চলিক সমিতি আৰু ৰাইজে ফুলাম গামোছা আৰু জাপিৰে উষ্ম আদৰণী জনাই। পাছত ৰাইজে ফুলেৰে সজ্জিত এখন গাড়ীৰে প্ৰসেনজিৎ দেৱ নাথক নগৰখনলৈ আদৰণী আনে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.