ETV Bharat / state

টাৱাঙৰ ভাৰত-চীন সীমান্তত তীব্ৰ তুষাৰপাত

author img

By

Published : Nov 4, 2019, 11:29 PM IST

টাৱাং জিলাৰ Lhou লউ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত- চীন সীমান্তত আৰম্ভ হৈছে তীব্ৰ তুষাৰপাত ৷ যোৱা ২৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সীমান্তৰ এই অঞ্চলত হোৱা তুষাৰপাতৰ ফলত ব্যাহত হৈছে যাতায়ত ব্যৱস্থা ৷

ভাৰত- চীন সীমান্তত তীব্ৰ তুষাৰপাত

তেজপুৰ,৪ নৱেম্বৰ : অৰুনাচল প্ৰদেশৰ টাৱাং জিলাৰ Lhou লউ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত- চীন সীমান্তত আৰম্ভ হৈছে তীব্ৰ তুষাৰপাত ৷ যোৱা ২৫ অক্টোবৰৰ পৰা সীমান্তৰ এই অঞ্চলত হোৱা তুষাৰপাতৰ ফলত ব্যাহত হৈছে যাতায়ত ব্যৱস্থা ৷

SNOWFALL IN ARUNACHAL PRSDESH'S INDO-SINO BORDER
ভাৰত- চীন সীমান্তত তীব্ৰ তুষাৰপাত

বৰ্ডাৰ পথ নিৰ্মানকাৰী সংস্থা নামি পৰিছে সীমান্তৰ পথ মুকলি কৰাত ৷ এই পথটো হলি জলপ্ৰপাত, ভাৰত চীন সীমান্তৰ এক গুৰুত্বপূৰ্ন সীমান্তৱৰ্ত্তী পথ ৷ এই অঞ্চলত সঘনাই দেখা যায় চীনা সৈন্য দল, আৰু সীমান্তৰ এই অকোৱা পকোৱা পথ অতিক্ৰম কৰি ভাৰতীয় সৈন্যৰ দলে নিতৌ অতন্দ্ৰ প্ৰহৰী হৈ সুৰক্ষা প্ৰদান কৰি আহিছে দেশবাসীক ৷

ভাৰত- চীন সীমান্তত তীব্ৰ তুষাৰপাত
ভাৰত- চীন সীমান্তত তীব্ৰ তুষাৰপাত

বছৰৰ প্ৰথম শীতত আৰম্ভ হোৱা এই তুষাৰপাত আগন্তক সময়ত বৃদ্ধিপোৱাৰ সম্ভৱনা প্ৰৱল বুলি জানিব পৰা গৈছে ৷

Intro:তেজপুৰ,৪ নৱেম্বৰ : অৰুনাচল প্ৰদেশৰ টাৱাং জিলাৰ Lhou লউ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত- চীন সীমান্তত আৰম্ভ হৈছে তীব্ৰ তুষাৰ পাত ৷ যোৱা ২৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সীমান্তৰ এই অঞ্চলত হোৱা তুষাৰপাতৰ ফলত ব্যাহত হৈছে যাতায়ত ব্যৱস্থা ৷

Body:বৰ্ডাৰ পথ নিৰ্মান কাৰী সংস্থা এতিয়া নামি পৰিছে সীমান্তৰ পথ মুকলি কৰাত ৷ এই পথটো হলি জলপ্ৰপাত ভাৰত চীন সীমান্ত এক গুৰুত্বপূৰ্ন সীমান্ত ৷এই অঞ্চলত সঘনাই দেখা যায় চীনা সৈন্য দল , আৰু সীমান্তৰ এই অকোৱা পকোৱা পথ অতিক্ৰম কৰি ভাৰতীয় সৈন্যৰ দলে নিতৌ অতন্দ্ৰ প্ৰহৰী হৈ সুৰক্ষা প্ৰদান কৰি আহিছে দেশবাসীক ৷ Conclusion:বছৰৰ প্ৰথম সীতত এই তুষাৰপাত আগন্তোক সময়চোৱাত বৃদ্ধিপোৱাৰ সম্ভবনা প্ৰৱল বুলি জানিব পৰা গৈছে ৷

প্ৰণৱ কুমাৰ দাস৷
তেজপুৰ
৪/১১/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.