ETV Bharat / state

ৰঙাপৰাত 100 জন থাকিব পৰাকৈ সাজু কোৱাৰেণ্টাইন কেন্দ্ৰ

author img

By

Published : May 23, 2020, 7:38 PM IST

মহামাৰী কৰ'ণা মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য খনৰ লগতে শোনিতপুৰ জিলাৰ ৰঙাপৰাতো তৎপৰ হৈছে জিলা প্ৰশাসন ৷ ইতিমধ্যে ৰঙাপৰা মহাবিদ্যালয়ত খনত 100 জন লোক থাকিব পৰাকৈ সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ ৷

ETV BHARAT
ৰঙাপৰাত 100 জন থাকিব পৰাকৈ সাজু কোৱাৰেণ্টাইন কেন্দ্ৰ

ঙাপৰা, 23 মেঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত 100 জন থাকিব পৰাকৈ সাজু কোৱাৰেণ্টাইন কেন্দ্ৰ সাজু প্ৰশাসনৰ ৷ বহিঃৰাজ্যৰ পৰা ৰঙাপৰালৈ আহিব লগীয়া লোকসকলক ৰখাৰ বাবে সাজু কৰিছে প্ৰশাসনে ৷

ৰাজ্যখনত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগেই অধিক তৎপৰ হৈছে চৰকাৰ-প্ৰশাসন ৷ ঠিক একেদৰেই শোণিত জিলা প্ৰশাসনো তৎপৰ হোৱা দেখা গৈছে ৷ বহিঃৰাজ্যৰ পৰা অসমৰ লোক সকলক ওভতাই আনিবলৈ ইতিমধ্যে বিশেষ ৰেল ব্যৱস্থাও কৰিছে ৷ ইতিমধ্যে বহু লোক ওভতি পুনৰ ওবতি আহিছেও ৷ ঠিক একেদৰে শোণিতপুৰ জিলাৰ বহু সংখ্যক লোক লোকো বহিঃৰাজ্যৰ পৰা ওভতি আহিব বুলি জানিব পৰা গৈছে ৷ বহিঃৰাজ্যৰ পৰা ওভতি আহিবলগীয় লোক সকলৰ বাবে ইতিমধ্যে শোণিতপুৰ জিলাৰ প্ৰশাসনে ৰঙাপৰা মহাবিদ্যালয় খনত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিছে। তাৰ সমান্তৰালকৈ কোৱাৰেণ্টাইন কেন্দ্ৰটো বিভাগীয় কৰ্তৃপক্ষই চেনিটাইৰাজৰ কৰি সাজু কৰি তুলিছে। বৰ্তমান ৰঙাপৰা মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ হোৱা নতুন ভৱনটিত চাৰিটা কোঠাত ১৮ খনকৈ মুঠ ৭২ খন বিচনা সাজু কৰি তুলিছে । আনহাতে, ৰঙাপৰাৰ চেণ্ট পল ইংলিচ স্কুলখনতো আছুতীয়া আশ্ৰয় কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে। উল্লেখ্য যে, স্ব- গৃহলৈ ওভতা সকলৰ ভিতৰত যথেষ্ট সংখ্যক শ্ৰমিক অহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন চাহ বাগিচা আৰু প্ৰতিটো গাঁও পঞ্চায়তত নূন্যতম ১০ জনৰ বাবে একোটিকৈ কোৱাৰিণ্টিন কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক- ধেমাজিত কোৱাৰেন্টাইন কেন্দ্ৰত খাদ্যৰ অভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.