ETV Bharat / state

সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধ পালন - সাহিত্য

তেজপুৰ নিকামুল সত্ৰৰ সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি স্মৃতি চাৰণ সভা অনুষ্ঠিত,তেজপুৰ সাহিত্য সভাই সত্ৰাধিকাৰ গৰাকীৰ নামত উন্মোচন কৰে পুন্যানজলি নামৰ এখনি গ্ৰন্থ

সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধ পালন
author img

By

Published : Aug 12, 2019, 6:48 PM IST

তেজপুৰ, 12 আগষ্টঃ সোমবাৰে তেজপুৰ নিকামূল সত্ৰৰ সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি সত্ৰখনৰ ভকত বৈষ্ণৱ আৰু বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকলে এখনি স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰে ৷ অনুষ্ঠানত সত্ৰাধিকাৰ লীলাকান্ত মহন্ত উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি সত্ৰীয়া সংস্কৃতি আৰু বৰগীত সমূহক গৱেষণাৰ জৰিয়তে উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ লগতে বৰগীত সমূহ শুদ্ধ আৰু প্ৰকৃত সুৰত পৰিবেশন কৰোৱাৰ ক্ষেত্ৰত সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীয়ে বিশেষ ভূমিকা পালন কৰিছিল বুলি মন্তব্য আগবঢ়ায় ৷ উক্ত অনুষ্ঠানতে তেজপুৰ সাহিত্য সভাই সত্ৰাধিকাৰ গৰাকীৰ নামত পুন্যানজলি নামৰ এখন গ্ৰন্থ উন্মোচন কৰে ৷ অনুষ্ঠানত স্থানীয় বিধায়ক বৃন্দাবন গোস্বামী,সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা সত্ৰাধিকাৰ ভৱ গোস্বামী উপস্থিত থাকে ৷

Intro:তেজপুৰ,১২আগষ্ট : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি সত্ৰীয়া সংস্কৃতি আৰু বৰগীত সমূহক গৱেষণাৰ জৰিয়তে উচ্চ পৰ্যায়লৈ নিয়াৰ লগতে বৰগীত সমূহৰ শুদ্ধ আৰু প্ৰকৃত স্বৰ তথা সুৰত পৰিবেশন কৰাই প্ৰমাণ কৰিছিল বৰগীত কেৱল সত্ৰৰ মাজতেই সীমাবদ্ধ নহয় । এই মন্তব্য সত্ৰাধিকাৰ লীলা কান্ত মহন্তৰ ।
তেজপুৰ নিকামুল সত্ৰৰ সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱ গোস্বামীৰ আদ্যশ্ৰদ্ধৰ দিনা স্মৃতি চাৰণ কৰিলে সত্ৰাধিকাৰ জনে ।

Body:তেজপুৰ নিকামুল সত্ৰৰ ভকত বৈষ্ণৱ আৰু বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকলৰ লগতে সত্ৰাধিকাৰ জনাৰ আদ্য শ্ৰাদ্ধ ৰ দিনা তেজপুৰ সাহিত্য সভাই আজি তেখেতৰ নামত পুন্যানজলি নামৰ গ্ৰন্থ এখনৰ প্ৰকাশ কৰি আজি উন্মোচন কৰে উক্ত অনুষ্ঠান তে । আনুষ্ঠানত স্থানীয় বিধায়ক বৃন্দাবন গোস্বামী , সত্ৰ মহাসভাৰ সম্পাদক তথা সত্ৰাধিকাৰ ভব গোস্বামী উপস্থিত থাকে ।
Bite:ভব গোস্বামী ।
Bite:লীলা কান্ত মহন্ত ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১২/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.