তেজপুৰ, ৫ মাৰ্চ : সন্মুখত লোকসভা নিৰ্বাচন । ৰাজ্যৰ ঠায়ে ঠায়ে চলিছে পথ নিৰ্মাণৰ আধাৰশিলা । কেন্দ্ৰীয় চৰকাৰৰ অনুদিত আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গড়কাপ্তানি পথসমূহৰ আধাৰশিলা নিৰ্মাণ কৰাত ব্যস্ত থকাৰ সময়তে তেজপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক । তেজপুৰ চহৰৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৰা ভৰালী হৈ তেজপুৰ চহৰ প্ৰৱেশ কৰা দুলাবাৰী সংযোগী পথচোৱা বিগত ১২ বছৰ ধৰি বিধ্বস্ত হৈ থকাত দলংখনে জ্বলাকলা খুৱাইছে ৰাইজক । সময়ৰ লগে লগে এটা পাচত আন এটা নিৰ্বাচন আহিছে যদিও এই পথচোৱা একেই আছে ।
নিৰ্বাচন আহে যায় পিচে কেতিয়াও পৰিৱৰ্তন নহোৱা এটা পথ - তেজপুৰ
এপিনে আধাৰশিলাৰ ৰাজনীতি, আনপিনে তেজপুৰত পথৰ বিধ্বস্ত ৰূপ
তেজপুৰ, ৫ মাৰ্চ : সন্মুখত লোকসভা নিৰ্বাচন । ৰাজ্যৰ ঠায়ে ঠায়ে চলিছে পথ নিৰ্মাণৰ আধাৰশিলা । কেন্দ্ৰীয় চৰকাৰৰ অনুদিত আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গড়কাপ্তানি পথসমূহৰ আধাৰশিলা নিৰ্মাণ কৰাত ব্যস্ত থকাৰ সময়তে তেজপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক । তেজপুৰ চহৰৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৰা ভৰালী হৈ তেজপুৰ চহৰ প্ৰৱেশ কৰা দুলাবাৰী সংযোগী পথচোৱা বিগত ১২ বছৰ ধৰি বিধ্বস্ত হৈ থকাত দলংখনে জ্বলাকলা খুৱাইছে ৰাইজক । সময়ৰ লগে লগে এটা পাচত আন এটা নিৰ্বাচন আহিছে যদিও এই পথচোৱা একেই আছে ।
এইটো হৈছে তেজপুৰ চহৰৰ সংযোগী ৰাষ্ট্ৰীয় ঘাই পথ NH 37 A, পৰা মৰা ভৰলী হৈ তেজপুৰ চহৰৰ প্ৰৱেশ কৰাৰ দুলাবাৰী সংযোগী পথ, কিন্তু বিগত ১২ বছৰ অধিক সময় ধৰি এই পথ চোৱা মেৰামতি ৰ বাবে থাকি যায় আৰু সময়ৰ লগে লগে আন এটা নিৰ্বাচন আহি পৰে কিন্তু পথ একেই থাকে।
Body:অত্যাধিক যান বাহনৰ চলাচল লগতে ৰাষ্ট্ৰীয় ঘাই পথৰ সিটো দাঁতিত নিৰ্মীয় চাৰি পথ ৰ কাম চলি থকা ৰ বাবে শিল বালি কঢ়িয়াই এই পথে ই ।
বিধ্বস্ত পথত জ্বলা কলা খাই যাত্ৰীৰ তথা জান বাহন ছালকৰ এই মন্তব্য শুনক ।
Byte: ছালক ।
Byte: 2
Conclusion:কিন্তু চৰকাৰী আঁচনিৰ অধীনত কেতিয়াবা ঠিক হবনে এই পথ ,সেয়া এক জটিল প্ৰশ্ন ।
PTC ।
প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম।
তেজপুৰ।
৫/৩/১৯