ETV Bharat / state

ভানু এতিয়া অৱসৰপ্ৰাপ্ত লোকঃ পল্লৱ লোচন দাস

author img

By

Published : Mar 28, 2019, 8:01 PM IST

ঢেকিয়াজুলিৰ বৰছলাত নিৰ্বাচনী প্ৰচাৰ তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ

ভানু এতিয়া অৱসৰ প্ৰাপ্ত লোক : পল্লৱ লোচন দাস

ঢেকিয়াজুলি, 28 মাৰ্চঃ ভানু অৱসৰ গ্ৰহণ কৰা মানুহ । ভানু এতিয়া বুঢ়া মানুহ কাম কৰিব নোৱাৰেবুলি মন্তব্য কৰে বিজেপি তেজপুৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে । ভানুৱে পল্লৱ লোচনক সৰু ল'ৰা বুলি কোৱা সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰীজনে কয় বৃদ্ধপেঞ্চন লাভ কৰে ভানুৱে ৷ গতিকে বুঢ়া গৰুৱে বেছি হাল বাব নে তেজাল গৰুৱে বুলি ভানুক কটাক্ষ কৰে পল্লৱ লোচন দাসে ৷

ভানু এতিয়া অৱসৰ প্ৰাপ্ত লোক : পল্লৱ লোচন দাস

আনহাতে নিজ সমষ্টিত চাহ বাগানৰ পথৰ নামত দুৰ্নীতি হোৱা বুলি সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় দুৰ্নীতি হোৱা নাই ৷ দুৰ্নীতি হৈছে যদি প্ৰমাণ কৰক বুলি কয় নেতাজনে ৷ আৰ পি শৰ্মাই টিকট নোপাৱাক লৈ গোৰ্খা সম্প্ৰদায়ক দায়ী কৰাটো শুদ্ধ নহয় বুলি উল্লেখ কৰেপল্লৱ লোচন দাসে ৷

Intro:ভানু অৱসৰ গ্ৰহণ কৰা মানুহ। "ভানু এতিয়া বুঢ়া মানুহ কাম কৰিব নোৱাৰে" বুলি মন্তব্য কৰে বিজেপি তেজপুৰৰ লোকসভা সমষ্টি প্ৰাৰ্থী পল্লৱ লোচনে। চাহ শ্ৰমিক সকলৰ বাবে বিভিন্ন আঁচনি অন্তৰ্ভুক্ত কৰা কথা উল্লেখ কৰা সময়তে নিজ সমষ্টিত চাহ বাগানৰ পথৰ নামত হোৱা দুৰ্নীতি সন্দৰ্ভত সাংবিদকে প্ৰশ্নত দুৰ্নীতি নাই হোৱা বুলি কয় সাংবাদিকহে প্ৰমাণ দিবলৈ সৌ সিদিনালৈকে ছাত্ৰ নেতা হৈ বেংকত লাখ টকা থকা নেতাজন আজি কোটিপতি হোৱা পল্লৱলোচন দাসে।
অমল নাথ, ঢেকিয়াজুলি ।Body:ভানু অৱসৰ গ্ৰহণ কৰা মানুহ। "ভানু এতিয়া বুঢ়া মানুহ কাম কৰিব নোৱাৰে" বুলি মন্তব্য কৰে বিজেপি তেজপুৰৰ লোকসভা সমষ্টি প্ৰাৰ্থী পল্লৱ লোচনে। চাহ শ্ৰমিক সকলৰ বাবে বিভিন্ন আঁচনি অন্তৰ্ভুক্ত কৰা কথা উল্লেখ কৰা সময়তে নিজ সমষ্টিত চাহ বাগানৰ পথৰ নামত হোৱা দুৰ্নীতি সন্দৰ্ভত সাংবিদকে প্ৰশ্নত দুৰ্নীতি নাই হোৱা বুলি কয় সাংবাদিকহে প্ৰমাণ দিবলৈ সৌ সিদিনালৈকে ছাত্ৰ নেতা হৈ বেংকত লাখ টকা থকা নেতাজন আজি কোটিপতি হোৱা পল্লৱলোচন দাসে।
অমল নাথ, ঢেকিয়াজুলি ।Conclusion:ভানু অৱসৰ গ্ৰহণ কৰা মানুহ। "ভানু এতিয়া বুঢ়া মানুহ কাম কৰিব নোৱাৰে" বুলি মন্তব্য কৰে বিজেপি তেজপুৰৰ লোকসভা সমষ্টি প্ৰাৰ্থী পল্লৱ লোচনে। চাহ শ্ৰমিক সকলৰ বাবে বিভিন্ন আঁচনি অন্তৰ্ভুক্ত কৰা কথা উল্লেখ কৰা সময়তে নিজ সমষ্টিত চাহ বাগানৰ পথৰ নামত হোৱা দুৰ্নীতি সন্দৰ্ভত সাংবিদকে প্ৰশ্নত দুৰ্নীতি নাই হোৱা বুলি কয় সাংবাদিকহে প্ৰমাণ দিবলৈ সৌ সিদিনালৈকে ছাত্ৰ নেতা হৈ বেংকত লাখ টকা থকা নেতাজন আজি কোটিপতি হোৱা পল্লৱলোচন দাসে।
অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.