ETV Bharat / state

আদৰ্শগত অমিলৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছিল পল্লৱ-ৰাজেনে - পল্লৱলোচন দাস

তেজপুৰৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত এই মন্তব্য তেজপুৰৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ

তেজপুৰৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত পল্লৱলোচন দাস
author img

By

Published : Mar 24, 2019, 11:38 PM IST

তেজপুৰ, 24 মাৰ্চ : তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিয়েই দেওবাৰে তেজপুৰৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী তথা তেজপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাস ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাতে পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তাৰ বাবে সকলোৱে মিলি জুলি কাম কৰি যাবৰ বাবে দলীয় কৰ্মীসকলক অনুৰোধ জনায় পল্লৱলোচন দাসে ৷ বিজেপিক অনুশাসনৰ দল বুলি আখ্যা দি আদৰ্শগত অভাৱৰ বাবেই কংগ্ৰেছ দলৰ মজিয়াৰ পৰা তেওঁ আৰু ৰাজেন বৰঠাকুৰ আঁতৰি অহা বুলি মন্তব্য কৰে কংগ্ৰেছ দলৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰা দাদা বিগ্ৰেডৰ অন্যতন নেতা,মন্ত্ৰীতথা তেজপুৰৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসে৷ ইপিনে এম জি ভি কে ভানুক কংগ্ৰেছে টিকট প্ৰদান কৰাক লৈ মত প্ৰকাশ কৰি দলটোত থকা আদৰ্শগত অভাৱৰ বাবেই বাহিৰৰ পৰা অহা এগৰাকী প্ৰাক্তন আমোলাক প্ৰাৰ্থিত্ব দিব লগা হৈছে বুলিও উল্লেখ কৰেপল্লৱলোচন দাসে ৷

Intro:তেজপুৰ: কংগ্ৰেছ দলৰ আদৰ্শগত অভাৱ আছে আৰু সেই বাবেই এই দলৰ মজিয়াৰ পৰা মই আৰু ৰাজেন বৰঠাকুৰ আতৰি আহিলোঁ ,বিজেপি অনুশাসন ৰ দল , গতিকে ইয়াত সকলোৱে একেলগে কাম কৰে ।
এই মন্তব্য অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী আৰু তেজপুৰ লোক সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পল্লভ লোচল দাস ৰ ।

Body:তেজপুৰ ত আজি বিয়লি অনুস্থিত এক কাৰ্য্য কৰ্তা সন্মিলন ত ভাগ লৈ সকলোকে একে লগে বিজেপিৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায় ।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী যাতে পুনৰ প্ৰধান মন্ত্ৰী ৰূপে স্বীকৃতি পায় তাৰ বাবে সকলোৱে মিলি জুলি কাম কৰি যাবৰ বাবে অনুৰোধ জনায় । তেওঁ কয় যে কংগ্ৰেছৰ আদৰ্শৰ অভাৱ আছে কাৰণে এজন বাহিৰৰ পৰা অনা তথা প্ৰাক্তন আমোলা ক প্ৰাৰ্থীত্ব দিব লগা হৈছে , কিন্ত বিজেপিৰ নহয়
। উক্ত অনুস্তানত প্ৰায় তিনি শতাধিক অন্যান্য দলৰ সদস্য আজি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ।
২৪/৩/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.