ETV Bharat / state

বাৰ্ষিক শিৰিষ মহোৎসৱলৈ সাজু নাহৰণি চাহ বাগিচা - ইটিভি অসম

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাগিচাখনত অনুষ্ঠিত হ'ব ষষ্ঠ বাৰ্ৰ্ষিক শিৰিষ মহোৎসৱ।

etv bharat
author img

By

Published : Mar 12, 2019, 1:17 AM IST

তেজপুৰ, ১১ মাৰ্চ : ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাত ষষ্ঠ বাৰ্ষিক শিৰিষ মহোৎসৱৰ ব্যাপক আয়োজন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাগিচাখনত অনুষ্ঠিত হ'ব ষষ্ঠ বাৰ্ৰ্ষিক শিৰিষ মহোৎসৱ।

sirish festival

এ পি পি এল ফাউণ্ডেশ্বনৰ উদ্যোগত ১৬ আৰু ১৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মহোৎসৱত অংশগ্ৰহণ কৰিব অসম তথা পশ্চিম বংগৰ বিভিন্ন প্ৰতিযোগীয়ে। অসমত বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলৰ কলা সংস্কৃতিৰ উত্তৰণৰ বাবে প্ৰত্যেক বছৰেই শিৰিষ মহোৎসৱ উদযাপন কৰি আহিছে এ পি পি এল ফাউণ্ডেশ্বনে। চলিত বৰ্ষতো সদৌ অসম ভিত্তিত লোকনৃত্যৰ সন্মিলন, বাৰে ৰহনীয়া সাংস্কৃতিক সন্ধিয়া, ৰং মেলা ইত্যাদি বিভিন্ন কাৰ্যসূচী এই মহোৎসৱৰ অন্তৰ্ভুক্ত কৰিছে আয়োজকসকলে।

Slug_A_Tezpur_11March_808_809_Vis+Byte_Siris Festival_Pranab kumar Das

-- ৰঙাপৰাৰ নাহৰণী চাহ বাগিচাত পঞ্চম বাৰ্ষিক শিৰীষ মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

তেজপুৰ : - শোণিতপুৰৰ জিলাৰ  ৰঙাপৰাৰ নাহৰণী চাহ বাগিছাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হব পঞ্চম বাৰ্ষিক শিৰীষ মহোৎসৱ। ইয়াকে লৈ চাহ বাগিচাখনত চলিছে ব্যাপক প্ৰস্তুতি। এ পি পি এল ফাউণ্ডেশ্বনৰ উদোগত ১৬ আৰু ১৭ মাৰ্চত অনুষ্ঠিত হবলগীয়া মহোৎসৱত অসমৰ পাঁচখন আৰু পশ্চিম বংগৰ এখন ঠাইত অনুষ্ঠিত হৈ অহা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা সমূহত স্থান দখল কৰা প্ৰতিযোগীসকলে মূল মহোৎসৱত অংশ কৰাৰ সুবিধা লাভ কৰিব। অসমত বসবাস কৰি অহা চাহ জনগোষ্ঠী লোকসকলৰ কলা- কৃষ্টি, সাহিত্য আৰু সংস্কৃতিসমূহ উত্তৰণৰ বাবে  শিৰীষ মহোৎসৱ প্ৰত্যেক বছৰে চাহ বাগিচাসমূত অনুষ্ঠিত হৈ আহিছে। শিৰীষ মহোৎসৱত এইবেলি এগৰাকী সাহিত্যিক আৰু এগৰাকী শিল্পীক শিৰীষ বঁটা প্ৰদান কৰিব। লগতে মহোৎসৱত সদৌ অসম ভিত্তিত লোকনৃত্যৰ সন্মিলন, বাৰে ৰহনীয়া সাংস্কৃতিক সন্ধিয়া, ৰং মেলা আৰু চিনেমা প্ৰদৰ্শন অনুষ্ঠিত হব।

প্ৰণৱ কুমাৰ দাস, তেজপুৰ
১১/৩/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.