ETV Bharat / state

"থেচপিয়ান" ৰ স্ৰষ্টা মুখ্যধৰ দাসলৈ ২০১৯ বৰ্ষৰ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা - ডি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা

"বাবু জগজীৱন ৰাম কলাসংস্কৃতি আৰু সাহিত্য অকাডেমী" ৰ তৰফৰ পৰা চলিত বৰ্ষৰ 11 জুলাইত নতুন দিল্লীত প্ৰদান কৰা হ'ব এই বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ৷

"থেচপিয়ান" ৰ স্ৰষ্টা মুখ্যধৰ দাসলৈ ২০১৯ বৰ্ষৰ ডি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা
author img

By

Published : Jun 24, 2019, 9:29 PM IST

Updated : Jun 24, 2019, 10:16 PM IST

নিউজ ডেস্ক, 24 জুনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ লোকসংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জনপ্ৰিয় সাংস্কৃতিক গোষ্ঠী "থেচপিয়ান" ৰ স্ৰষ্টা মুখ্যধৰ দাসক প্ৰদান কৰা হ'ব ২০১৯ বৰ্ষৰ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ৷ "বাবু জগজীৱন ৰাম কলাসংস্কৃতি আৰু সাহিত্য অকাডেমী" ৰ তৰফৰ পৰা চলিত বৰ্ষৰ 11 জুলাইত নতুন দিল্লীত প্ৰদান কৰা হ'ব এই বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ৷

ETV BHARAT
ডি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা

উল্লেখ্য যে, মুখ্যধৰ দাসে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ গোলাঘাট জিলাৰ উপ পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷

Intro:Body:

মুখ্যধৰ দাস জনপ্ৰিয় সাংস্কৃতিক গোষ্ঠী "থেচপিয়ান" ৰ স্ৰষ্টা,  ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ লোকসংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা ৷ মুখ্যধৰ দাস খাদ্য আৰু অসামৰিক যোগান বিভাগৰ গোলাঘাট জিলাৰ উপ পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে বৰ্তমান ৷

২০১৯ বৰ্ষৰ ডি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা অসমৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী  মুখ্যধৰ দাসলৈ ৷

Conclusion:
Last Updated : Jun 24, 2019, 10:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.