ETV Bharat / state

মুমুৰ্ষ অৱস্থাত বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰী - তেজপুৰ চিকিৎসা মহাবিদ্যালয়

আৰক্ষীক অৱগত কৰাৰ দুদিন পাছতেই লক্ষণীয়ভাৱে আজি দিনৰ প্ৰায় ৪ বজাত ঘৰৰ সন্মুখতেই এটা গাঁতত দুটাকৈ বস্তাত ভৰাই বান্ধি থোৱা পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে ৷ ছাত্ৰীগৰাকীক ততালিকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰে পৰিয়ালৰ লোকে ।

ছয় দিনৰ অন্তত মুমূৰ্ষ অৱস্থাত বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰী

author img

By

Published : May 13, 2021, 5:07 PM IST

তেজপুৰ,১৩ মে': শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত এগৰাকী নিৰুদ্দিষ্ট কিশোৰী ছয়দিনৰ অন্তত মুমুৰ্ষ অৱস্থাত বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বুধবাৰে বিয়লি সময়ত দুটাকৈ বস্তাত ভৰাই বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী ৷ প্ৰায় ছয় দিন পূৰ্বৰ পৰাই সন্ধানহীন হৈ আছিল নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী । পৰিয়ালৰ লোকে বিভিন্ন স্থানত সন্ধান কৰে যদিও ছাত্ৰীগৰাকীৰ কোনো সন্ধান লাভ নকৰাত বিষয়টোৰ সন্দৰ্ভত ঠেলামৰা আৰক্ষীক অৱগত কৰে ।

মুমুৰ্ষ অৱস্থাত বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰী

আৰক্ষীক অৱগত কৰাৰ দুদিন পাছতেই লক্ষণীয়ভাৱে বৃহস্পতিবাৰে দিনৰ প্ৰায় ৪ বজাত ঘৰৰ সন্মুখতেই এটা গাঁতত দুটাকৈ বস্তাত ভৰাই বান্ধি থোৱা পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ততালিকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰে । ইপিনে ঘটনাস্থলীত ঠেলামৰা আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷ সদৌ চাওতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে শীঘ্ৰে এই ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে ৷

লগতে পঢ়ক : কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.